অনুসন্ধান আকাংক্ষাত

Thursday, February 8, 2018

কণ কণ মৌ উৰি ফৰোঁ জাক জাক

কণ কণ মৌ উৰি ফৰোঁ জাক জাক
ৰঙে ৰসে জীৱনৰ গঢ়োঁ আমি মৌচাক
মৌচাক মৌচাক......
গুণ গুণ গুণ সুৰে গীত গাওঁ
আমি গীত গাওঁ গীত গাওঁ
সুৰেৰে ধৰণী সজাও পৰাও
আমি সজাও পৰাও
ভৱিষ্যতৰ সোণালী সপোন
আমিয়ে যাচিলোঁ মৰমী ধৰাত
কণ কণ মৌ মাখি উৰি ফোঁ জাক জাক
-
[কণ্ঠঃ- অংকেশ, প্ৰিয়াস্মী, নম্ৰতা , ঋষি; কথাঃ- হেমন্ত গোস্বামী]
[ইউনিক'ড ৰূপান্তৰঃ- দিগন্ত শইকীয়া]

No comments: