অনুসন্ধান আকাংক্ষাত

Saturday, February 3, 2018

অভিমান

বোলছবিঃ- অভিমান
Movie:-    Abhiman

প্ৰযোজকঃ-            মাণিক ৰহমান & জোনটি দৌলা
পৰিচালকঃ-           মৃদুল গুপ্তা
সংগীত পৰিচালকঃ- প্ৰশান্ত বৰদলৈ
মুক্তিঃ-                   ১৯৯০


অ' বনৰীয়া জুৰিটিৰ মনে কিবা বিচাৰি
        (কথাঃ- হেমন্ত দত্ত, কন্ঠঃ- মুনমী বৰা)
দিলা কিনো ৰং নেযায় মচা
        (কথাঃ- প্ৰশান্ত বৰদলৈ, কণ্ঠঃ- আৰিফুল হক)
মান অভিমান কিয় বাৰু নিতে আহে
        (কথাঃ- হেমন্ত দত্ত, কণ্ঠঃ- মুনমী বৰা & আৰিফুল হক)
কুসুমৰে সুবাসে ভৰা
        (কথাঃ- হেমন্ত দত্ত, কণ্ঠঃ- আৰিফুল হক)
পুৱাৰ আগমনী ফুলৰ ভাগে টোপনি
        (কথাঃ- হেমন্ত দত্ত, কণ্ঠঃ- মুনমী বৰা)

No comments: