অনুসন্ধান আকাংক্ষাত

Saturday, February 3, 2018

অহিৰ ভৈৰৱ

বোলছবিঃ- অহিৰ ভৈৰৱ
Movie:-    Ahir Bhairav (The song of the Dawn)

প্ৰযোজকঃ-            ডাঃ ৰণেন শৰ্মা
পৰিচালকঃ-           শিৱপ্ৰসাদ ঠাকুৰ
সংগীত পৰিচালকঃ- হেমন্ত গোস্বামী আৰু ৰাজেশ্বৰ বৰদলৈ
মুক্তিঃ-                  ২০০৭


জীৱনৰ আজি এটি সোণোৱালী দিন
     (কথাঃ- হেমন্ত গোস্বামী, কণ্ঠঃ- সমৰ হাজৰিকা & শান্তা উজীৰ)
কণ কণ মৌ মাখি উৰি
     (কথাঃ- হেমন্ত গোস্বামী, কণ্ঠঃ-অংকেশ, প্ৰিয়াস্মী, নম্ৰতা, ঋষি)
কোনে আহি ফুল কলি দিলেহি
     (কথাঃ- হেমন্ত গোস্বামী, কণ্ঠঃ-ইলোৰা বৰুৱা)
জোনালী নিশা তৰা লেখি লেখি
     (কথাঃ- হেমন্ত গোস্বামী, কণ্ঠঃ-মালবিকা বৰা)
শেৱালি ফুলৰ সুবাসে যেতিয়া
     (কথাঃ- হেমন্ত গোস্বামী, কণ্ঠঃ-শান্তা উজীৰ)



No comments: