Assamese Song: Amar Gharalai Jau
Album: Amar Ghar
Singer: ?
Director: Nip
Barua
Music Director: Brajen
Barua
Year: 1959
নাৰীসকলঃ- আমাৰ ঘৰলৈ যাওঁ
অকণি
মৰমেৰে অকণি পোহৰেৰে
মৰতত
সৰগ সঁজাওঁ
আমাৰ
ঘৰলৈ যাওঁ
-
নাৰীঃ- আইতা অ'
অ'
দেউতা
মৰমৰে
মাত মাতি
কোনে
পাতি কথা পাতি
নাৰীসকলঃ- আইতা অ'
অ'
দেউতা
মৰমৰে
মাত মাতি
কোনে
পাতি কথা পাতি
অকণি
মৰমেৰে অকণি পোহৰেৰে
মৰতত
সৰগ সঁজাওঁ
আমাৰ
ঘৰলৈ যাওঁ
-
আইৰ
মৰমেৰে আমাৰ চেনেহেৰে
মৰতত
জেউতি চৰাওঁ
অ'
..
আইৰ
মৰমেৰে আমাৰ চেনেহেৰে
মৰতত
জেউতি চৰাওঁ
নাৰীঃ- আইতা অ'
অ'
দেউতা
মৰমৰে
মাত মাতি
কোনে
পাতি কথা পাতি
নাৰীসকলঃ- আইতা অ'
অ'
দেউতা
মৰমৰে
মাত মাতি
কোনে
পাতি কথা পাতি
(অকণি
মৰমেৰে অকণি পোহৰেৰে
মৰতত
সৰগ সঁজাওঁ
আমাৰ
ঘৰলৈ যাওঁ)←২
-
বোলছবি/এলবাম: আমাৰ
ঘৰ
গায়ক/গায়িকা: ?
পৰিচালক : নিপ বৰুৱা
সংগীত পৰিচালক: ব্ৰজেন
বৰুৱা
মুক্তিঃ ০৮/১২/১৯৫৯
(ইউনিক’ড
ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment