পুৰুষঃ ওঁ... (সুঁহুৰি)
(চোৱা চোৱা
কথা কোৱা) ←২
অ' মনে মনে কিয়
তুমি থাকা নো
মিচিকি মিচিকি কিয় হাঁহানো ←২
কিয় হাঁহানো ?
নাৰীঃ ইইই....
পুৰুষঃ চোৱা চোৱা
কথা কোৱা
-
পুৰুষঃ (হাতৰে আঙুলি
পবালি পবালি
ভৰিৰে আঙুলি ঘন,
কোন খনিকৰে
তোমাক সৰজিলে
চাইনো চাই থাকিবৰ মন)←২
(অ' কোৱা কোৱা
এনে ৰূপ ক'ত পালানো)←২
মিচিকি মিচিকি
কিয় হাঁহানো
নাৰীঃ লাজো নাই পাই
পুৰুষঃ চোৱা চোৱা
কথা কোৱা
-
পুৰুষঃ (অ' চেনাই
দুচকু জুৰি
তাতে হৰিণি চাৱনি
অ' চেনাই লাৱনি মুখনি
তাতে ফুলিছে পদুমি) ←২
(অলিয়া বলিয়া মন
কিয় জানো)←২
মিচিকি মিচিকি
কিয় হাঁহানো
(চোৱা চোৱা
কথা কোৱা)←২
অ' মনে মনে কিয় [নাৰী; হাঁহি (শেষলৈ) ]
তুমি থাকা নো
(মিচিকি মিচিকি
কিয় হাঁহানো) ← ৫
-
দ্বীপেন বৰুৱাদেৱৰ কণ্ঠেৰে নিগৰিত গীত
ইউনিক'ড ৰূপান্তৰঃ দীপা ডেকা
(চোৱা চোৱা
কথা কোৱা) ←২
অ' মনে মনে কিয়
তুমি থাকা নো
মিচিকি মিচিকি কিয় হাঁহানো ←২
কিয় হাঁহানো ?
নাৰীঃ ইইই....
পুৰুষঃ চোৱা চোৱা
কথা কোৱা
-
পুৰুষঃ (হাতৰে আঙুলি
পবালি পবালি
ভৰিৰে আঙুলি ঘন,
কোন খনিকৰে
তোমাক সৰজিলে
চাইনো চাই থাকিবৰ মন)←২
(অ' কোৱা কোৱা
এনে ৰূপ ক'ত পালানো)←২
মিচিকি মিচিকি
কিয় হাঁহানো
নাৰীঃ লাজো নাই পাই
পুৰুষঃ চোৱা চোৱা
কথা কোৱা
-
পুৰুষঃ (অ' চেনাই
দুচকু জুৰি
তাতে হৰিণি চাৱনি
অ' চেনাই লাৱনি মুখনি
তাতে ফুলিছে পদুমি) ←২
(অলিয়া বলিয়া মন
কিয় জানো)←২
মিচিকি মিচিকি
কিয় হাঁহানো
(চোৱা চোৱা
কথা কোৱা)←২
অ' মনে মনে কিয় [নাৰী; হাঁহি (শেষলৈ) ]
তুমি থাকা নো
(মিচিকি মিচিকি
কিয় হাঁহানো) ← ৫
-
দ্বীপেন বৰুৱাদেৱৰ কণ্ঠেৰে নিগৰিত গীত
ইউনিক'ড ৰূপান্তৰঃ দীপা ডেকা
No comments:
Post a Comment