Assamese Song: Pitaiti o bhal korili
Album: Faguni
Singer: Jayanta
Hazarika & Malabika Borauah
Director:
Siva Prasad
Thakur
Music Director: Dr.
Upen Kakati
Year: 1978
পুৰুষঃ-(পিতাইটি ঐ ভাল কৰিলি
বাৰী খাৰী এজনী মোক গোটাই
নিদিলি
শাওন মহীয়া দূপৰ বেলা
কোনে দিব ভোজন ঠেলা
পিতাইটি ঐ
হেৰা বুলি মাতিবলৈ নাই)←২
-
নাৰীঃ- আয়ৈ
দেহি
-
পুৰুষঃ-আয়ৈ দেহি কলৰ পুলি
কিয় মৰম লগাইছিলি ←২
আজি কিয় পিৰিতি
নাই আওঁতাৰ জেউতি মিঠাই
তোৰে লগত শুকাই খিনাই←২
মৰিবৰ সময়ো
নাই ফাগুনী বিলাতী দাপোন
তোৰে লগত যুঁজাম জীৱন←২
কাউৰীয়ে শগুণে খায়
-
নাৰীঃ- কাউৰী শগুণে নেখায়
তোক
শাওনা
মৰিবি
বৰ বিহ খাই অ’
গোবিন্দাই
ৰাম
পুৰুষঃ-পাওঁ যদি খাই যাম
নেকান্দোঁ
ফাগুনী
কলিজা
ঘপেঘপাই ঐ
গোবিন্দাই
ৰাম
-
নাৰীঃ- শাওপাত
নিদিওঁ তোক
নকয়
সোণামনি
গেজেং
ফুল মলেমলায় ঐ
গোবিন্দাই
ৰাম
পুৰুষঃ-তোৰেহে বেজাৰত
অজানটি
মুলুকত
ফুৰিমে
অনাই বনাই অ’
গোবিন্দাই
ৰাম
নাৰীঃ- ঐ গোনা নাতৰিলি নে (কথা)
-
পুৰুষঃ-গোনা ম’হ
বুলিছ যুটিয়া অ’
ম’হৰ
নাকী ঘোঁৰাই লেকাম
বাটত
ধৰি তোক পলুৱাম
পিঠিত
তুলি তোক চোচৰাম
নুশুবি
দেই←২
পলুৱাই
তোক নিবলৈ যাম
-
পিটাইটি
ঐ....
ভাল
কৰিলি
বাৰী
খাৰী এজনী মোক
গোটাই
নিদিলি... ।।
বোলছবি/এলবাম: ফাগুনী
গায়ক/গায়িকা: জয়ন্ত
হাজৰিকা & মালবিকা বৰুৱা
পৰিচালকঃ শিৱ
প্ৰসাদ ঠাকুৰ
সংগীত পৰিচালক: ড°
উপেন কাকতি
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment