Assamese Song:
O aji bihu hibu
Album: Faguni
Singer: Mahananda
Majindar Boruah
Director:
Siva Prasad
Thakur
Music Director: Dr.
Upen Kakati
Year: 1978
অ’ আজি বিহু
বিহু
কালি বিহু বিহু
নাহৰ ফুল ফুলিবৰ বতৰ
(হে) কেতেকী চৰায়ে
কাটে সৰু সূতা
মৰুৱা কাঠৰে যঁতৰ
-
-
ওলা নাজীতৰা
ওলা সোণেতৰা
ওলা অ’ দেকাটি
ৰঙৰে নিজৰা
কঁকাল ভাঙি ভাঙি
নাচিবি ঐ আইজনী
গাঁৱৰ বুঢামেঠা
জগৰ নধৰিবি
ৰচকী পখিলী নাচিবিহি
খোলাকৈ খামতেহে
লিখিবি
পলুৱাই নিবৰ ভয় নাই
ৰাইজে নধৰে জগৰ
-
নাজীতৰা পিৰিতি কিনো ভুল
নাজীতৰা পিৰিতি কেঁচা সোঁত
নাজীতৰা ঐ
পিৰিতি যৌৱনৰ দৈ
-
নাজীতৰা এনুৱা পিৰিতি
নাজীতৰা এৰিব লাগিলে
নাজীতৰা ঐ..
যৌৱনো নাথাকে ৰৈ..
-
-
নাজীতৰা ফুলপানীচিগাতে
নাজীতৰা পিৰিতি শিকিলোঁ
নাজীতৰা তোৰে অ’
বেজাৰত
নাজীতৰা মৰোঁ মই দিচাঙত
নাজীতৰা ঐ...
টেটুতে কলহটি লৈ
-
এ....
এবেলা দুবেলা অ’
নাজীতৰা
বেলা তিনি বেলা←২
(হে) কিয় দেখা নিদিলা
যৌৱনৰ ফুল ফুলিবৰ বতৰ
-
এ....
এডৰা দুডৰা অ’
নাজীতৰা
মাটি তিনি ডৰা
পিৰিতিৰে ছপুৰা←২
আওপাকে নুঘূৰে যঁতৰ
-
ওলা নাজীতৰা
ওলা সোণেতৰা
ওলা অ’ দেকাটি
ৰঙৰে নিজৰা
কঁকাল ভাঙি ভাঙি
নাচিবি আইজনী
গাঁৱৰ বুঢামেঠা
জগৰ অ’
নধৰিবি ।।
বোলছবি/এলবাম: ফাগুনী
গায়ক/গায়িকা: মহানন্দ
মজিন্দাৰ বৰুৱা
পৰিচালকঃ শিৱ
প্ৰসাদ ঠাকুৰ
সংগীত পৰিচালক: ড°
উপেন কাকতি
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া & মৃণাল গোস্বামী)
No comments:
Post a Comment