জাক জাক জাকৈয়া ছোৱালী
Assamese Song: Jak Jak Jakoiya suwali
Album: Rangdhali
Singer: Mahananda Mazindar Barua & Runumi Thakur
Music Director: Hemen Hazarika
Year:
সমস্বৰেঃ- হেই !
জাক জাক জাকৈয়া ছোৱালী
-
হেই !
ৰাংঢালী জীয়ৰী বোৱাৰী
-
হেই !
জাক জাক জাকৈয়া ছোৱালী
ৰাংঢালী জীয়ৰী বোৱাৰী
পুৰুষসকলঃ- জীয়া জুৰি পদুমনি বিললৈ !
জাল জাকৈ পলহ হাতত লৈ
সমস্বৰেঃ- আজি সিঁচিমে সিঁচিম ঐ বিল
-
আজি সিঁচিমে সিঁচিম ঐ বিল
-
পুৰুষঃ- (চিল চিল চিলনীৰ
জীয়েক নাইচোন
গীতনো কি চিতে গাওঁ)←২
হে ৰঘুনাথ
কাষৰি চপাই দিয়া নাও ←২
অ' মই ওৰে দিনে নিশাই ভাৱি
আহৰি নাপাওঁ..
কাষৰি চপাই দিয়া নাও ←২
-
-
নাৰীঃ- তই জাননে নাজান
বুজ নে নুবুজ
বুজিও নুবুজিলি মোক
অ' দেহা
বুজিও নুবুজিলি মোক
কিয় ঘনে ঘনে
চাৱ মনে মনে
চালে গুচেনে তোৰ ভোক
মন গগনাতে
আৰনি ঐ ওৰনি
বুকুৰে ঐ বিননি
কেনেকে ঐ পাহৰিম তোক
অ' চেনাই
কেনেকে ঐ পাহৰিম তোক
-
-
সমস্বৰেঃ- হেই !
পুৰুষঃ- ৰাংঢালী ৰঙিলী আহিলি
-
চা ধৰিলোঁ বৰ শ’ল এজনী
হেই !
ৰাংঢালী ৰঙিলী আহিলি
চা ধৰিলোঁ বৰ শ’ল এজনী
বিলে পদুমনি
ৰানীদৈয়া দৈ দৈয়া দৈ দৈয়া দৈ !
মোকাল বাঁহৰে খালৈ
(মোৰ) মোকাল বাঁহৰে খালৈ !
নাৰীঃ- তই জান নে নাজান
বুজ নে নুবুজ
বুজিও নুবুজিলি মোক
ঘনে ঘনেপতি
নকৰ চুপতি
-
য'তে ত'তে তই মোক
নকৰ ঐ আমনি
হাইশালত শুকুৱাই খা
যাঃ
হাইশালত শুকুৱাই খা
পুৰুষঃ- হে ৰঘুনাথ...
কাষৰি চপাই দিয়া নাও←২
সমস্বৰেঃ- হেই !
জাক জাক জাকৈয়া ছোৱালী
-
হেই !
ৰাংঢালী জীয়ৰী বোৱাৰী
-
হেই !
জাক জাক জাকৈয়া ছোৱালী
ৰাংঢালী জীয়ৰী বোৱাৰী
পুৰুষসকলঃ- জীয়া জুৰি পদুমনি বিললৈ ।।
-
বোলছবি/এলবামঃ ৰাংঢালী
গায়ক/গায়িকা: মহানন্দ মজিন্দাৰ বৰুৱা আৰু ৰুনুমী ঠাকুৰ
সংগীত পৰিচালক: হেমেন হাজৰিকা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া আৰু কল্পনা দাস)
Assamese Song: Jak Jak Jakoiya suwali
Album: Rangdhali
Singer: Mahananda Mazindar Barua & Runumi Thakur
Music Director: Hemen Hazarika
Year:
সমস্বৰেঃ- হেই !
জাক জাক জাকৈয়া ছোৱালী
-
হেই !
ৰাংঢালী জীয়ৰী বোৱাৰী
-
হেই !
জাক জাক জাকৈয়া ছোৱালী
ৰাংঢালী জীয়ৰী বোৱাৰী
পুৰুষসকলঃ- জীয়া জুৰি পদুমনি বিললৈ !
জাল জাকৈ পলহ হাতত লৈ
সমস্বৰেঃ- আজি সিঁচিমে সিঁচিম ঐ বিল
-
আজি সিঁচিমে সিঁচিম ঐ বিল
-
পুৰুষঃ- (চিল চিল চিলনীৰ
জীয়েক নাইচোন
গীতনো কি চিতে গাওঁ)←২
হে ৰঘুনাথ
কাষৰি চপাই দিয়া নাও ←২
অ' মই ওৰে দিনে নিশাই ভাৱি
আহৰি নাপাওঁ..
কাষৰি চপাই দিয়া নাও ←২
-
-
নাৰীঃ- তই জাননে নাজান
বুজ নে নুবুজ
বুজিও নুবুজিলি মোক
অ' দেহা
বুজিও নুবুজিলি মোক
কিয় ঘনে ঘনে
চাৱ মনে মনে
চালে গুচেনে তোৰ ভোক
মন গগনাতে
আৰনি ঐ ওৰনি
বুকুৰে ঐ বিননি
কেনেকে ঐ পাহৰিম তোক
অ' চেনাই
কেনেকে ঐ পাহৰিম তোক
-
-
সমস্বৰেঃ- হেই !
পুৰুষঃ- ৰাংঢালী ৰঙিলী আহিলি
-
চা ধৰিলোঁ বৰ শ’ল এজনী
হেই !
ৰাংঢালী ৰঙিলী আহিলি
চা ধৰিলোঁ বৰ শ’ল এজনী
বিলে পদুমনি
ৰানীদৈয়া দৈ দৈয়া দৈ দৈয়া দৈ !
মোকাল বাঁহৰে খালৈ
(মোৰ) মোকাল বাঁহৰে খালৈ !
নাৰীঃ- তই জান নে নাজান
বুজ নে নুবুজ
বুজিও নুবুজিলি মোক
ঘনে ঘনেপতি
নকৰ চুপতি
-
য'তে ত'তে তই মোক
নকৰ ঐ আমনি
হাইশালত শুকুৱাই খা
যাঃ
হাইশালত শুকুৱাই খা
পুৰুষঃ- হে ৰঘুনাথ...
কাষৰি চপাই দিয়া নাও←২
সমস্বৰেঃ- হেই !
জাক জাক জাকৈয়া ছোৱালী
-
হেই !
ৰাংঢালী জীয়ৰী বোৱাৰী
-
হেই !
জাক জাক জাকৈয়া ছোৱালী
ৰাংঢালী জীয়ৰী বোৱাৰী
পুৰুষসকলঃ- জীয়া জুৰি পদুমনি বিললৈ ।।
-
বোলছবি/এলবামঃ ৰাংঢালী
গায়ক/গায়িকা: মহানন্দ মজিন্দাৰ বৰুৱা আৰু ৰুনুমী ঠাকুৰ
সংগীত পৰিচালক: হেমেন হাজৰিকা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া আৰু কল্পনা দাস)
1 comment:
Nice Old voice and song, never let it die or misused by other
Post a Comment