গীতঃ- মই এটি শিক্ষিত ডেকা
নিবনুৱা
মই
এটি শিক্ষিত ডেকা নিবনুৱা
চাকৰি
বিচাৰি মোৰ দেহা ভাগৰুৱা
মই
এটি শিক্ষিত ডেকা নিবনুৱা
মই
এটি শিক্ষিত ডেকা নিবনুৱা ।
একো নাই
!
চাকৰি...
চাকৰি...
!
ক’তো
নাই..
কত যে
ভাঙিলোঁ মই গাঁঠিৰে ধন...
চাকৰি
চাকৰি বুলি কটালোঁ যে ক্ষণ
মই
এটি শিক্ষিত ডেকা নিবনুৱা
মই
এটি শিক্ষিত ডেকা নিবনুৱা
চাকৰি
বিচাৰি মোৰ দেহা ভাগৰুৱা
মই
এটি শিক্ষিত ডেকা নিবনুৱা
মই
এটি শিক্ষিত ডেকা নিবনুৱা
যদিহে
কৰিব খোজা
ব্যৱসায়
মন..
চৰকাৰে
দিয়ে হেনো
লাগে
যত ধন
উন্নত
আচনিৰ
মাথোঁ
প্ৰয়োজন !
লাগে এটি
আগ্ৰহী
সাহসী
মন
নিৰাশাৰ
ভাৱ এৰি
এখোজ আগুৱালোঁ !
সাহসৰ
বাট লৈ
পণ দৃঢ়
কৰিলোঁ !
চাকৰি
নকৰি
ব্যৱসায়হে
কৰোঁ !
মই চাকৰি
নকৰি
ব্যৱসায়হে
কৰোঁ !
উদ্যোগী
মন লৈ
দেশ
সেৱা কৰোঁ
দিনে
নিশা বেহা কৰি
হ’লো
বাটৰুৱা
মই এটি
শিক্ষিত ডেকা নিবনুৱা
মই
এটি শিক্ষিত ডেকা নিবনুৱা
চাকৰি
বিচাৰি মোৰ দেহা ভাগৰুৱা
মই
এটি শিক্ষিত
ডেকা নিবনুৱা
কথাঃ- পিছে ব্যৱসায় কৰা মনেৰে
ভৱাৰ দৰে সহজ নহয়,
গীতঃ- বাধা আৰু বাধা মাথোঁ
বিঘিনিহে পাওঁ
চিন্তিলোঁ কেনেকৈ
আগবাঢ়ি যাওঁ
নিষ্ঠা
আস্থাৰে
কৰি
শ্ৰম দান !
দিনে দিনে
হ’লো মই
ক্ৰমে আগুৱাম
চাকৰিৰ
আজি মোৰ
প্ৰয়োজন নাই !
চাকৰিৰ
আজি মোৰ
প্ৰয়োজন নাই !
লাগেহে
যদি
মইহে
দিব
পাৰোঁ ঠাই !
লাগেহে
যদি
মইহে
দিব
পাৰোঁ ঠাই !
উদ্যোগী
ডেকা ৰূপে
যত মান পায়
ব্যৱসায়
দৰেহে দেখোঁ
আন
একো নাই
মই
এটি শিক্ষিত
ডেকা নিবনুৱা
আছিলোঁ
এদিন মই
ডেকা নিবনুৱা
আছিলোঁ
এদিন মই
ডেকা নিবনুৱা
খাইছিলোঁ
হাবাথুৰি
হৈ ভাগৰুৱা
আছিলোঁ
এদিন মই
ডেকা নিবনুৱা
আছিলোঁ
এদিন মই
ডেকা
নিবনুৱা
খাইছিলোঁ
হাবাথুৰি
হৈ ভাগৰুৱা
আছিলোঁ
এদিন মই
ডেকা নিবনুৱা
আছিলোঁ
এদিন মই
ডেকা নিবনুৱা ।।
[ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত]
[ইউনিক'ডীয় ৰূপান্তৰ দিগন্ত শইকীয়া]
No comments:
Post a Comment