Assamese Song: Bonphule
mone mone
Film: Anthony Mur Naam
Singer: Dwipen Boruah (Duet)
Music Director: Ramen
Baruah
Year: 1988
পুৰুষঃ বনফুলে
মনে মনে
কিনো
ক’লে কাণে কাণে ?
নাৰীঃ কিযে
দেখা কোনে জানে
ফুলে
নে তুমি নে ?
পুৰুষঃ অ’ ...
কিযে দেখা
কোনে জানে
ফুলে
নে তুমি নে ?
নাৰীঃ অ’...
বনফুলে মনে মনে
কিনো
ক’লে কাণে কাণে ?
পুৰুষঃ কিযে
দেখা কোনে জানে
ফুলে
নে তুমি নে ?
পুৰুষঃ বতাহে
সুঁহুৰি মাৰে
লিহিৰী
বিৰিণা লৰে !
সুৰে
সুৰে পখী যুৰি
মৰমতে
মৰে....
বতাহে
সুঁহুৰি মাৰে
লিহিৰী
বিৰিণা লৰে !
সুৰে সুৰে পখী যুৰি
মৰমতে মৰে....
হিয়া মোৰ উতলা কৰে
কোনেনো জানানে..?
নাৰীঃ অ’...
বনফুলে মনে মনে
কিনো
ক’লে কাণে কাণে ?
পুৰুষঃ কিযে
দেখা কোনে জানে
ফুলে নে তুমি নে ?
নাৰীঃ অ’...
দুয়োঃ কিযে
দেখা কোনে জানে
ফুলে
নে তুমি নে ?
নাৰীঃ দুখনি
জোনাকী হিয়া
জানে
মাথোঁ দিয়া লোৱা
বুকুৱে
বিচাৰে আজি !
মাথোঁ ভাল
পোৱা,
দুখনি
জোনাকী হিয়া
জানে
মাথোঁ দিয়া লোৱা
বুকুৱে
বিচাৰে আজি !
মাথোঁ ভাল
পোৱা,
নাজানোঁ নাজানোঁ কিয়
ক’ব
মোক কোনে ?
পুৰুষঃ
অ’...
!
দুয়োঃ বনফুলে
মনে মনে
কিনো
ক’লে কাণে কাণে ?
কিযে
দেখা কোনে জানে
ফুলে
নে তুমি নে ..?
ফুলে নে তুমি নে ..?
নাৰীঃ ফুলে নে ..?
পুৰুষঃ তুমি
নে ..?
বোলছবি: এন্থনী মোৰ নাম
গায়ক: দ্বীপেন বৰুৱা (দ্বৈত কণ্ঠত)
পৰিচালক:
নিপ
বৰুৱা
সংগীত পৰিচালক: ৰমেন বৰুৱা
ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া
[ বি:দ্ৰ:- কিবা ভুল
দেখিলে আঙুলীয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment