ৰেডিঅ’
“লণ্ডন কলিং”
বাৰ্লিন্
লিছ্বন
ব্রডকাষ্ট কৰ্পৰেশ্যন অব্ ট’কিও
ক্রে
ৰ্ ৰ্ ৰ্ ৰ্ কটক্
টক্ টক্
ঠক্
বা তা তা
বা জ তা
ৰাম্
না ৰাম্ না......
খৰ্
ৰ্ ৰ্ ৰ্ ঘ ৰ্ ৰ্ ৰ্ ক
ক্রেট্ ট্ কেৰেট্
ডিচ্ল্যাণ্ড
ডিইচ্ল্যাণ্ড উবাৰ আলিছ্
উবাৰ আলিছ্ ইন্ভাৰ ৱেল্ট্
কট্ কট্ হুম্ ম্ ম্ কেক্
ওৱাওঁ-ওৱাওঁ---
ট
ৰ্’ৰ্ ৰ্ খৰ্ ৰ্ ৰ্ ৰ্ খৰক্
টক্
টক্ টক্
কোঁ
× × কোঁ কক্ কক্ পিঁ পিঁ-পিঁ-চূং
কিং কলিং
চু চিন্ য়ু মি চু চিং চাওঁ × × ×
“দিছ্ ইজ্
বি বি চি---
হিয়াৰ ইজ্
দি নিউজ্
এ হিউজ্---
আৰ্টিলেৰী বেটন
ইজ্ বেইজিং---× ×
খেৰেক্ টেক্ টেক্ ---
মেজৰ কেন্টনী স্পিকিং × × ×
কেৰেট্ ×
× × কেৰেট্ জ ৰ্ ৰ্ ৰ্
ওঁ ওৱাও কেট্
অ অ অ অই বননিঝৰ্ৰ
অই বন-নিৰ্ঝৰ
খৰ্ ৰ্ ৰ্ ৰ্ ৰ্ ৰ্ অৰ্……
বয়ে যায়
ঝৰ ঝৰ
(খ ৰ্ ৰ্ কট্ ক ৰ্ ৰ্ ৰ্ ক ৰ্)
ঐ বন-নিৰ্ঝৰ
ঐ বন-নিৰ্ঝৰ × × ×
ওঁক্ ওঁক্
ওঁক্ ওঁক্---
কুটুক্ কুটুক্-----
এ--- এই যে
গান গেলেন
উনি হয়েছেন কুমাৰী হেলেন ৷
তাৰপৰ শুনুন---
খ্ৰেক্---
কৰ্ হুঁ-উ-উ-উ-উ-ইয়ঁ-ইয়ঁ
কেটেক--- এজলী
৷ উই উই মুঁছিয় × × ×
কেটেক্
--- কট্ কট্ ঠক্ ঠক্ ঠা ঠা থ্ৰান ---
“কলিকতাৰ পৰা
কৈছোঁ”
অসমীয়াৰ বেতাৰ
অনুষ্ঠান ৷
অলপ পৰ পিছতে
অসমীয়াত সংবাদ
শুনিবলৈ পাব ----
কেৰেক্----
আৰু তাৰ আগতে
গাব
খেৰেক্---
এটি গান
শ্ৰীমতী মৰমলগা
বৰুৱাই
গানটো হৈছে
“মোৰ চেনেহৰ
অভিমান ৷”
ঠেৰ্ এৰ্
ৰ্ ৰ্ ঠেৰেক্…..
খৰ্ খৰ্ খৰ্ খৰ্ খৰ্
খৰ্ খৰ্ খৰ্
খৰ্ খৰ্
টেক্ টেক্
ঠেক্--- অঁ অঁ অঁ ঝ্ৰিং ঝিং ঝং
টাং টিং টুং
টিং
ঠুং ঠাং ঠি
ঠং
ঠি ঠুং ঠি ঠং
ঢঙ্
ঢঙ্
ঢঙ্
ঢঙ্
ঢঙ্
ঢঙ্
ঢঙ্
ঢঙ্
ঢঙ্……………..
গুৱাহাটি
১৯
ফেব্ৰুৱাৰী, ১৯৪৪
[জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱৰ
কবিতা]
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
No comments:
Post a Comment