Assamese Song: Ki
rong dila holu utola
Album: Morom
Singer: Dwipen
Boruah and
Namita
Bhattacharyya
Music Director: Ramen Baruah
Year: 1978
নাৰী : কি ৰং
দিলা হ’লো উতলা !
কি
ৰং দিলা হ’লো উতলা
পুৰুষ : যি
ৰং তুমি বিচাৰিছিলা
নাৰী : কি ৰং
দিলা হ’লো উতলা !
দুয়ো : কি ৰং দিলা
হ’লো উতলা
পুৰুষ
: জনোবা কোনোবা ৰাতি
বতাহে
মাৰেহি এচাতি
আশাৰে শলিতা গছি
দুয়ো : জানোবা
যায়... ! নুমায় যায়..
পুৰুষ
: জনোবা কোনোবা ৰাতি
বতাহে
মাৰেহি এচাতি
আশাৰে শলিতা গছি
দুয়ো : জানোবা
যায়... ! নুমায় যায়..
নাৰী : নুনুমায়
.. ! নুনুমায়...
সিগছি চাকি তুমি জ্বলালা !
কি
ৰং দিলা হ’লো উতলা
পুৰুষ : যি
ৰং তুমি বিচাৰিছিলা..
নাৰী : কি ৰং
দিলা হ’লো উতলা !
দুয়ো : কি ৰং দিলা
হ’লো উতলা !
নাৰী : মৰমে
ৰাখিব ঢাকি
মেলিবি
সোণৰে চাকি
নোমাব
নোৱাৰে চাকি !
দুয়ো : আলফুলে..!
থ’ম লুকুৱায়..
নাৰী : মৰমে
ৰাখিব ঢাকি
মেলিবি
সোণৰে চাকি
নোমাব
নোৱাৰে চাকি !
দুয়ো : আলফুলে..!
থ’ম লুকুৱায়..
পুৰুষ : আলফুলে..
!
নাৰী : আহ
হা !
পুৰুষ : আলফুলে..
!
নাৰী : আহ
হা !
পুৰুষ : মালাধাৰি..
তুমি গাঁঠিলা
নাৰী : কি ৰং
দিলা হ’লো উতলা
পুৰুষ : যি
ৰং তুমি বিচাৰিছিলা
নাৰী : কি ৰং
দিলা হ’লো উতলা !
দুয়ো : কি ৰং দিলা হ’লো উতলা ৷৷
বোলছবি/এলবাম: মৰম
গায়ক/গায়িকা: দ্বিপেন বৰুৱা আৰু
নমিতা ভট্টাচাৰ্য্য
পৰিচালক : দ্বিবন বৰুৱা
সংগীত পৰিচালক: ৰমেন বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment