অনুসন্ধান আকাংক্ষাত

Tuesday, June 11, 2013

মোৰ আবেগৰ আকাশৰে





Assamese Song: Mur Abegor Akakhorey
Album:                  ***
Singe: Dwipen Baruah & Nilima Khatun 
Music Director:  ?
Year:                    ?





পুৰুষ: মোৰ আবেগৰ আকাশৰে

     তুমি মেঘৰ মৰম ছাঁয়া

নাৰী :   কোমল কোমল কবিতাৰে

            মধু মধু মই মায়া, তুমি মোৰ

            আবেগৰ আকাশৰে

     তুমি মেঘৰ মৰম ছাঁয়া

পুৰুষ: কোমল কোমল কবিতাৰে

            মধু মধু মই মায়া, তুমি মোৰ

দুয়ো :  আবেগৰ আকাশৰে

      তুমি মেঘৰ মৰম ছাঁয়া

-

নাৰী :   মনৰ পৰিচয়

            যদি ফুলৰ সুবাস হয়

            মনৰ পৰিচয়

            যদি ফুলৰ সুবাস হয়

পুৰুষ: ....

            ফুলে ফুলে দেখি !

            ইমান ধেমালি !

নাৰী:    সৌ পখিলাৰে

            লাহী লাহী পাখি !

পুৰুষ: ফুলে ফুলে দেখি !

            ইমান ধেমালি !

নাৰী:    সৌ পখিলাৰে

            লাহী লাহী পাখি !

দুয়ো:   নাচে হালে জালে !

নাৰী:    সপোন পৰী ধুনীয়া, তুমি মোৰ

পুৰুষ: আবেগৰ আকাশৰে

     তুমি মেঘৰ মৰম ছাঁয়া

-
            মোৰ মৰমে !

       তোমাকে বিচাৰে

       অ... মোৰ মৰমে !

       তোমাকে বিচাৰে

নাৰী:    ’…

            ফুলিলে শেৱালি

            খোপাতে দুবৰিৰ !

পুৰুষ: এই মৰমে

            ধৰেহি আগুৰি

 নাৰী:   ফুলিলে শেৱালি

            খোপাতে দুবৰিৰ !

পুৰুষ: এই মৰমে

            ধৰেহি আগুৰি

দুয়ো:   কিনো উলাহে !

পুৰুষ: মন কৰে মোহনীয়া, তুমি মোৰ

নাৰী:    আবেগৰ আকাশৰে

      তুমি মেঘৰ মৰম ছাঁয়া

পুৰুষ: কোমল কোমল কবিতাৰে

            মধু মধু মই মায়া, তুমি মোৰ

দুয়ো :  আবেগৰ আকাশৰে

       তুমি মেঘৰ মৰম ছাঁয়া... ৷৷




বোলছবি/এলবাম:      ?
গায়ক/গায়িকা: দ্বিপেন বৰুৱাৰ & নিলিমা খাতুন 
সংগীত পৰিচালক:    ?
(ইউনিকড ৰূপান্তৰ: দিগন্ত শইকীয়া)

No comments: