Assamese
Song: Aditey okoley
Album: Adalat
(Manashi ?)
Singer: Dwipen
Baruah
Director: Dilip
Deka
Music Director: Jitu -Tapan
Year: 1976
আদিতে অকলে !
শেষতো অকলে !
মাজৰখিনি মিছা..
অকলে অকলে যা
নাই অ’ তোৰ..
লগ জগতৰ
অকলে অকলে যা
-
মায়াজাল তই কিয় পেলাৱ’
নিজেই খাৱ... পাপ
পৰ তুলনো পাপনো তই..
আপোন বোলনো কাক..
এই জগতত !
লগত পাবি
এই জগতত !
লগত পাবি
তোৰেই নিজৰ
ছাঁ...
অকলে অকলে যা
নাই অ’ তোৰ জগতৰ
অকলে অকলে যা
-
জনম মৰণ দুটা গাঁঠি
সময়ত সুলকি যায়..
তাত পৰিলে মাত হেৰাব
লগ পাবলৈ নাই
তাকহে বুজি তই !
নিজকহে এবাৰ
তাকহে বুজি তই !
নিজকহে এবাৰ
দকৈ বিচাৰি
চা...
অকলে অকলে যা
অকলে অকলে যা
অকলে অকলে যা ৷৷
-
বোলছবি/এলবাম: আদালত
(মানসী ?)
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা
সংগীত পৰিচালক: জিতু-তপন
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment