Assamese Song: Ei
Hunboroniya (Duet)
Album: Moromi
Singer: Dwipen
Baruah
Director: Dijendra
Narayan Deb
Music Director: Ramen
Baruah
Year: 1978
পুৰুষ: এই
সোণ বৰণীয়া
অ’
ৰূপ জুৰণীয়া
আমনি নালাগে চাই.. !
তই জোন শৰতৰে
কোন সৰগৰে
পায়ো তোক
কিয় পাবলৈ নাই ?
সোণ বৰণীয়া [নাৰী: আহ হা হা..]
অ’
ৰূপ জুৰণীয়া [নাৰী: আহ হা হা..]
আমনি
নালাগে চাই.. !
তই জোন শৰতৰে
কোন সৰগৰে
পায়ো তোক
কিয় পাবলৈ নাই ?
দুয়ো : সোণ
বৰণীয়া
অ’
ৰূপ জুৰণীয়া
আমনি নালাগে চাই.. !
পুৰুষ: তই
থাকনো ক’ত
লুকাই
লুকাই ?
কাষ
চাপিলেই নাই.........!
নাৰী : মই
নহও ৰূপ
ৰূপৰ
পোহৰ..
থাক’
জেউতি চৰাই.........!
পুৰুষ: সকলো
! সুন্দৰৰ..
তয়েই
আনন্দ
নাৰী : সকলো
! সুন্দৰৰ..
ময়েই
আনন্দ
তয়েতো
থাক’ জ্যোতি বিলাই...
পুৰুষ: সোণ বৰণীয়া [নাৰী: আহ হা হা..]
অ’
ৰূপ জুৰণীয়া [নাৰী: আহ হা হা..]
আমনি
নালাগে চাই.. !
দুয়ো: তই
জোন শৰতৰে
কোন সৰগৰে
পায়ো তোক
কিয় পাবলৈ নাই ?
সোণ
বৰণীয়া
অ’
ৰূপ জুৰণীয়া
আমনি নালাগে চাই.. ৷৷
বোলছবি/এলবাম: মৰমী
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা (দ্বৈত কণ্ঠত)
পৰিচালক : দ্বিজেন্দ্ৰ নাৰয়ণ দেৱ
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment