Assamese Song: LAJ
KIO LAGE SAKU KIO KOPE
Album: ?
Singer: Dwipen
Baruah
Music Director: ?
Year: ?
লাজ কিয় লাগে ?
চকু কিয় কঁপে ?
চাওঁ কি নাচাওঁ বুলি
চাবকে নোৱাৰে
লাজ লাগে
অ’ তোমাৰ
লাজ লাগে
অ’ কিয় লাজ
লাগে ?
অ’ তোমাৰ
লাজ লাগে
;
লাজ কিয় লাগে ?
চকু কিয় কঁপে ?
চাওঁ কি নাচাওঁ বুলি
চাবকে নোৱাৰে
লাজ লাগে
অ’ তোমাৰ
লাজ লাগে
অ’ কিয় লাজ
লাগে ?
অ’ তোমাৰ
লাজ লাগে
চুলিটাৰী আউলি বাউলি !
বতাহতে খোপা পৰে খুলি..
অবুজ মৃদু বতাহজাকে কিয়..
ঘনে ঘনে কৰেহি আমনি
খং কিয়
উঠে ?
ওঁঠ কিয় কঁপে ?
কওঁ কি
নকওঁ বুলি
ক’বকে
নোৱাৰে
লাজ লাগে
অ’ তোমাৰ
লাজ লাগে
অ’ কিয় লাজ
লাগে ?
অ’ তোমাৰ
লাজ লাগে
লাজ কিয় লাগে ?
চকু কিয় কঁপে ?
চাওঁ কি নাচাওঁ বুলি
চাবকে নোৱাৰে
লাজ লাগে
অ’ তোমাৰ
লাজ লাগে
অ’ কিয় লাজ
লাগে ?
অ’ তোমাৰ
লাজ লাগে
কঁপালৰে সেন্দুৰৰ ফোঁটটি.. !
জিলিকে যেন আবেলিৰ বেলিটি.. !
হাঁহি নহয় আকাশৰ বিজুলি
মন নহয় মৰমৰ মাধুৰি
হাঁহো হাঁহো কৰে
হাঁহিব নোৱাৰে
চাওঁ কি নাচাও বুলি
চাব কে নোৱাৰে
লাজ লাগে
অ’ তোমাৰ
লাজ লাগে
অ’ কিয় লাজ
লাগে ?
অ’ তোমাৰ
লাজ লাগে
;
লাজ কিয় লাগে ?
চকু কিয় কঁপে ?
চাওঁ কি নাচাওঁ বুলি
চাবকে নোৱাৰে
লাজ লাগে
অ’ তোমাৰ
লাজ লাগে
অ’ কিয় লাজ
লাগে ?
অ’ তোমাৰ
লাজ লাগে
অ’ কিয় লাজ
লাগে ?
অ’ তোমাৰ
লাজ লাগে
কিয় লাজ লাগে ?
অ’ তোমাৰ
লাজ লাগে ৷৷
বোলছবি/এলবাম: ?
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা
সংগীত পৰিচালক: ?
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment