Assamese Song: Ga Ga AJi Gai Ja
Album: Boruar Sansar
Singer: Dwipen
Barua et al
Music Director: Romen Barua
Year: 1970 ?
পুৰুষ: গা
গা আজি গাই যা
গা এই
গীতকে গা
গা গা নাচি
নাচি
নিজক পাহৰি
যা
সকলোৱে : গা
গা আজি গাই যা
গা এই
গীতকে গা
গা গা নাচি
নাচি
নিজক পাহৰি
যা
গা
গা আজি গাই যা..
পুৰুষ : অ’..
জীৱন নামৰ এই জীৱন
হাঁহিৰে
ভৰা জীৱন
কন্দিনো
ভাগৰোঁ কিয় ?
অ’ অ’ (অন্য পুৰুষ)
আমাৰ
জীৱন এই জীৱন
প্ৰেমেৰে
ভৰা জীৱন
আমিনো
নেহাঁহো কিয়..?
অ’ !
অ’! (অন্য পুৰুষ)
সকলোৱে : জীৱন
নামৰ এই জীৱন
হাঁহিৰে
ভৰা জীৱন
কান্দিনো
ভাগৰোঁ কিয় ?
আমাৰ
জীৱন এই জীৱন
প্ৰেমেৰে
ভৰা জীৱন
আমিনো
নেহাঁহো কিয়..?
গা
! (অন্য পুৰুষ)
পুৰুষ : গা
গা আজি গাই যা
গা এই
গীতকে গা
গা গা নাচি
নাচি
নিজক পাহৰি
যা
সকলোৱে : গা
গা আজি গাই যা
গা এই
গীতকে গা
গা গা নাচি
নাচি
নিজক পাহৰি
যা
গা
গা আজি গাই যা..
পুৰুষ: অ’..
নোপোৱাৰ বেদনাকে
বেদনা
বুলি ল’লে
কান্দোন
যে নহ’ব দূৰ (অন্য পু: →অ’..অ’)
পুৱাৰে আনন্দতে
নিজকে
বিলাই দিলে
হাঁহি
যে নপৰে ওৰ..
অ’ ! অ’! (অন্য পুৰুষ)
সকলোৱে: নোপোৱাৰ
বেদনাকে
বেদনা
বুলি ল’লে
কান্দোন
যে নহ’ব দূৰ !
পুৱাৰে আনন্দতে
নিজকে
বিলাই দিলে
হাঁহি
যে নপৰে ওৰ..
গা
! (অন্য পুৰুষ)
পুৰুষ : গা
গা আজি গাই যা
গা এই
গীতকে গা
গা গা নাচি
নাচি
নিজক পাহৰি
যা
গা
গা আজি গাই যা....৷৷
বোলছবি/এলবাম: বৰুৱাৰ সংসাৰ
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা
আৰু
লগৰীয়াসকল
পৰিচালক: নিপ বৰুৱা
সংগীত পৰিচালক : ৰমানে বৰুৱা
মুক্তি : ১৯৭০
সংগীত পৰিচালক : ৰমানে বৰুৱা
মুক্তি : ১৯৭০
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment