Assamese Song: Hunali
Hopun Bhangila
Album: Sonmai
Singer: Dwipen
Baruah
Director: Nip
Baruah
Music Director: Ramen
Baruah
Year: 1977
আ….. (আলাপ)
আ….. (আলাপ)
আ…… ! (আলাপ)
-
সোণালী সপোন !
ভাঙিলা দেখোন
অকালতে মোৰ,
তুমি অ’
আপোন
সোণালী সপোন !
ভাঙিলা দেখোন
অকালতে মোৰ,
তুমি অ’
আপোন
সোণালী সপোন !
-
ঠন ধৰি উঠা...!
কুমলীয়া
অকলে
আলসুৱা....!
ঠন ধৰি উঠা...!
কুমলীয়া
অকলে
আলসুৱা....
ভাঙি দিলা কিয় ?
ভাঙি দিলা !
ভাঙি দিলা কিয়
?
ভাঙি দিলা ...
অকালতে অ’
তুমি
নিদাৰুণ
সোণালী সপোন !
ভাঙিলা দেখোন
অকালতে মোৰ
তুমি অ’
আপোন
সোণালী সপোন !
-
মন ধৰি আছাঁ
পুলিটিলে,
কতনো
বৰণীয়া !
মন ধৰি আছাঁ
পুলিটিলে,
কতনো
বৰণীয়া ..
নেদেখিলা কিয়
নেদেখিলা
নেদেখিলা কিয়
নেদেখিলা…
কিয় দিলা মোক
চকুলো মাথোন
সোণালী সপোন !
ভাঙিলা দেখোন
অকালতে মোৰ
তুমি অ’
আপোন
সোণালী সপোন …৷৷
-
বোলছবি/এলবাম: সোণমাই
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা
পৰিচালক : নিপ
বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment