Assamese Song:
Hunali O Hunali Joon
Album: Manashi
Singer: Dwipen
Baruah
Director: Bolai
Sen
Music Director: Ramen
Baruah
Year: 1981
সোণালী অ’
সোণালী জোন
সোণালী অ’
সোণালী জোন
গছে পাতে ফুলে বনে... অ’
জোনালী !
অ’ জোনালী
সোণ
সোণালী ! অ’
সোণালী জোন
গছে পাতে ফুলে বনে... অ’
জোনালী
অ’ জোনালী
সোণ
এইয়া জ্বলে
জিলিমিলি মন জানো জোনাকৰ ঢৌ নেকি যৌৱনৰ মৌ
এইয়া জ্বলে
জিলিমিলি মন জানো জোনাকৰ ঢৌ নেকি যৌৱনৰ মৌ
এইযে হাঁহি !
জোৱাৰ তুলি !
কৰিলে প্ৰাণ বাউলি
এইযে হাঁহি !
জোৱাৰ তুলি !
কৰিলে প্ৰাণ বাউলি
কোনে ক’লে
কাণে কাণে....
তুমি মোৰ
অ’.. তুমি মোৰ সোণ
সোণালী ! অ’..
সোণালী জোন
পুৱা আহি
মেলি ফুলা ফুল পৰে গধূলি জয় পৰে
মৰহি গৈ
পুৱা আহি
মেলি ফুলা ফুল পৰে গধূলি জয় পৰে
মৰহি গৈ
নপৰোঁতেই
বিলাই দিয়া !
যৌৱন ভৰা
ভাল পোৱা ..
নপৰোঁতেই
বিলাই দিয়া !
যৌৱন ভৰা
ভাল পোৱা ..
ৰূপে ৰসে
পৰশে...
মন উতলা
অ’
উতলা সোণ
জোনালী ! অ’
জোনালী সোণ
গছে পাতে ফুলে বনে... অ’
জোনালী
অ’ জোনালী
সোণ ৷৷
বোলছবি/এলবাম: মানসী
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা
পৰিচালক : বলাই সেন
সংগীত পৰিচালক: ৰমেন বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment