অনুসন্ধান আকাংক্ষাত

Tuesday, June 4, 2013

অ’ মাইকী ম’হৰ বেজাৰত



Assamese Song          O maiki mohor bejarot
Album:                        Ajala Kokai       
Singer:                        Dwipen Baruah
Music Director:            Romen Baruah
Year:                           1972


মাইকী মহৰ বেজাৰত !

মতা মহ বেচিলোঁ

       লাখুটি তুলিলোঁ চাঙ..ত !

তোমাৰে বেজাৰত

ঘৰবাৰী এৰি থৈ ..

       সোমামগৈ ভুটীয়া চাঙত





তেনেকৈ বেঁকাকৈ

নাচাবা নাচাবা চকুলৈ..

তেনেকৈ বেঁকাকৈ

নাচাবা নাচাবা চকুলৈ..

      চালেই..

চকু চাট মাৰি যায়

      চকুতে চকু থৈ

নকবা তেনেকৈ

      চকুতে চকু থৈ

নকবা তেনেকৈ

      মোৰো লাজ লাগি যায়,



তেনেকৈ বেঁকাকৈ

নাচাবা নাচাবা চকুলৈ..

      চালেই..

চকু চাট মাৰি যায়

      চকুতে চকু থৈ

নকবা তেনেকৈ

       মোৰো লাজ লাগি যায়

তেনেকৈ বেঁকাকৈ

নাচাবা নাচাবা চকুলৈ..

তেনেকৈ বেঁকাকৈ

নাচাবা নাচাবা চকুলৈ..





হিয়া জুৰনীয়া

মোৰ মন উৰণীয়া

হিয়া জুৰনীয়া

মোৰ মন উৰণীয়া

তোমাৰ

হিয়াৰ মৰমেৰে

      মোৰ মন হেঙুলীয়া

হিয়া জুৰনীয়া

মোৰ মন উৰণীয়া

তোমাৰ

হিয়াৰ মৰমেৰে

     মোৰ মন হেঙুলীয়া

হাগ আহিলে !

কুলিয়ে মাতিলে

হাগ আহিলে !

কুলিয়ে মাতিলে

      মোৰো মন নচুৱায়

তেনেকৈ বেঁকাকৈ

নাচাবা নাচাবা চকুলৈ..

তেনেকৈ বেঁকাকৈ

নাচাবা নাচাবা চকুলৈ..





জীৱন দুদিনীয়া

জানা প্ৰেম বৰণীয়া

জীৱন দুদিনীয়া

জানা প্ৰেম বৰণীয়া

মৰম !

জানা মোহনীয়া

     স্মৃতি যুগমীয়া

জীৱন দুদিনীয়া

জানা প্ৰেম বৰণীয়া

মৰম !

জানা মোহনীয়া

      স্মৃতি যুগমীয়া

যৌৱন জাগিলে

পিৰিতি লাগিলে

যৌৱন জাগিলে

পিৰিতি লাগিলে

      মৰমে দোলা দি যায়..

তেনেকৈ বেঁকাকৈ

            নাচাবা নাচাবা চকুলৈ..

তেনেকৈ বেঁকাকৈ

নাচাবা নাচাবা চকুলৈ..

চালেই..

চকু চাট মাৰি যায়

চকুতে চকু থৈ

নকবা তেনেকৈ

চকুতে চকু থৈ

নকবা তেনেকৈ

       মোৰো লাজ লাগি যায়

তেনেকৈ বেঁকাকৈ

নাচাবা নাচাবা চকুলৈ..

তেনেকৈ বেঁকাকৈ

নাচাবা নাচাবা চকুলৈ..

তেনেকৈ বেঁকাকৈ

নাচাবা নাচাবা চকুলৈ..

তেনেকৈ বেঁকাকৈ

নাচাবা নাচাবা চকুলৈ.. ৷৷
-
বোলছবি/এলবাম:                    অজলা ককাই
গায়ক/গায়িকা:                        দ্বিপেন বৰুৱা
সংগীত পৰিচালক:                  ৰমেন বৰুৱা
(ইউনিকড ৰূপান্তৰ:               দিগন্ত শইকীয়া)

No comments: