Assamese Song: Akha Mur Hoboloi Tumar Khupat
Album: ?
Singer: Dwipen
Baruah
Music Director: ?
Year: ?
আশা মোৰ হ’বলৈ
তোমাৰ
খোপাত !
শুৱনি কপৌ পাহি
আশা মোৰ হ’বলৈ
তোমাৰ
খোপাত !
শুৱনি কপৌ পাহি
আৰু যেন হ’ম
পুৱতি
নিশাৰ
মধুৰ মলয়া
চাটি..
আশা মোৰ হ’বলৈ
তোমাৰ
খোপাত !
শুৱনি কপৌ পাহি
মই যেন হ’ম
পুৱাৰ
পোহৰৰ
এটি
সূৰ্য্য কণা..
গোলাপ পাহিৰ
এটি
মিঠা হাঁহি
মন
আকুল কৰা...
তোমাৰ প্ৰণয়
পোহৰ
কৰা
হ”ম
স্মৃতি চাকি অ’...
হ”ম
স্মৃতি চাকি.. !
আশা মোৰ হ’বলৈ
তোমাৰ
খোপাত !
শুৱনি কপৌ পাহি
আশা মোৰ হ’বলৈ
তোমাৰ
খোপাত !
শুৱনি কপৌ পাহি
বৈ যাম মই
জুৰি
মৰমৰ
গতি
চন্দ্ৰ ভৰা
নিশাৰ বাঁহী
এটি
সুৰ ভাহি
মন
কৰুণ কৰা..
তোমাৰ গীতৰ
আবেগ
ভৰা..!
হ’ম
সুৰৰ সুঁতি অ’..
হ’ম
সুৰৰ সুঁতি
আশা মোৰ হ’বলৈ
তোমাৰ
খোপাত !
শুৱনি কপৌ পাহি
আশা মোৰ হ’বলৈ
তোমাৰ
খোপাত !
শুৱনি কপৌ পাহি
আৰু যেন হ’ম
পুৱতি
নিশাৰ
মধুৰ মলয়া
চাটি..
আশা মোৰ হ’বলৈ
তোমাৰ
খোপাত !
শুৱনি কপৌ পাহি
শুৱনি
কপৌ পাহি
শুৱনি
কপৌ পাহি ৷৷
বোলছবি/এলবাম: ?
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা
সংগীত পৰিচালক: ?
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment