Song:
O hhale jale o
Album: Morom
Singer: Dwipen
Baruah
Director: Diban
Baruah
Music Director: Ramen
Baruah
Year: 1978
অ’.... !
অ’...
অ’....
অ’... হালে জালে
অ’
লাহী বিৰিণা
উৰণীয়া কৰে
গা
হালে জালে অ’
লাহী বিৰিণা
উৰণীয়া কৰে
গা
জিৰাই !
অ’
তাতে জিৰাই
তাতে
লগাই ফুৰে বা
অ’... হালে জালে
অ’
লাহী বিৰিণা !
উৰণীয়া কৰে
গা
-
ৰিণিকি ৰিণিকি
জিলিকি চাকি
দেখা
দি নেদেখা হৱ...
-
বাঁহৰে আগলি
কৰে
জিলিমিলি
ত’তে
আকোৱালি ল
নৈ চেঙেলীয়া !
জাঁজি
বনৰীয়া !
নৈয়ে নৈয়ে উটি যায়...
জিৰাই !
অ’
তাতে জিৰাই
তাতে
লগাই ফুৰে বা
অ’... হালে জালে
অ’
লাহী বিৰিণা !
উৰণীয়া কৰে
গা
-
উকিয়াই উকিয়াই
দি
যাওঁ পখিলাই !
কৈ
যাওঁ মনৰে কথা
-
শুন কি নুশুন
বুকুৰে
ৰিণি মোৰ
শুন
কি নুশুন বেঠা..!
মৰম আকলুৱা !
তোৰ
পিছে পিছে
গাৰে
লগৰে ছাঁ !
জিৰাই !
অ’
তাতে জিৰাই
তাতে
লগাই ফুৰে বা
অ’... হালে জালে
অ’
লাহী বিৰিণা !
উৰণীয়া কৰে
গা,
জিৰাই !
অ’
তাতে জিৰাই
তাতে
লগাই ফুৰে বা
অ’... হালে জালে
অ’
লাহী বিৰিণা !
উৰণীয়া কৰে
গা
হালে জালে অ’
লাহী বিৰিণা !
উৰণীয়া কৰে
গা ৷৷
বোলছবি/এলবাম: মৰম
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা
পৰিচালক : দ্বিবন বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
মুক্তি : ১৯৭৮
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment