Assamese Song: Dehi
Oi Kolija
Album: ?
Singer: Dwipen
Baruah
Music Director: ?
Year: ?
দেহি ঐ
কলিজা এনুৱা হ’ল
দেহি ঐ
কলিজা এনুৱা হ’ল
বুকুৰে মাজতে
কিনো
যে পোৰণি
থাকিব
নোৱাৰোঁ মই !
দেহি ঐ
কলিজা এনুৱা হ’ল
দেহি ঐ
কলিজা এনুৱা হ’ল
বুকুৰে মাজতে
কিনো
যে পোৰণি
থাকিব
নোৱাৰোঁ মই !
অ’
থাকিব নোৱাৰো মই !
যুগ্ম জীৱন চেনাই
সপোনৰ
সহাৰি
থাকোঁ কেনেকৈ
তোকে
ঐ পাহৰি
?
যুগ্ম জীৱন চেনাই
সপোনৰ
সহাৰি
থাকোঁ কেনেকৈ
তোকে
ঐ পাহৰি
?
কিয় বাৰু
মৰহি
গ’ল
অবুজ মনৰ
আকুল
বৃন্দাবন
,
দেহি ঐ
কলিজা এনুৱা হ’ল
দেহি ঐ
কলিজা এনুৱা হ’ল
বুকুৰে মাজতে
কিনো
যে পোৰণি
থাকিব
নোৱাৰোঁ মই !
অ’ থাকিব
নোৱাৰোঁ মই !
বন্ধ ঘৰত চেনাই
আছোঁ
ঐ সোঁৱৰি
তোকে ভাবিছিলোঁ
জীৱনৰ
লগৰি
বন্ধ ঘৰত চেনাই
আছোঁ
ঐ সোঁৱৰি
তোকেই ভাবিছিলোঁ
জীৱনৰ
লগৰি
কিয় বাৰু
মোহাৰিলি
আবেগ অধীৰ
জীৱন
যৌৱন ?
দেহি ঐ
কলিজা এনুৱা হ’ল
দেহি ঐ
কলিজা এনুৱা হ’ল
বুকুৰে মাজতে
কিনো
যে পোৰণি
থাকিব
নোৱাৰোঁ মই !
অ’ থাকিব
নোৱাৰোঁ মই !
অ’ থাকিব
নোৱাৰোঁ মই ৷৷
বোলছবি/এলবাম: ?
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা
সংগীত পৰিচালক: ?
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment