Assamese Song: Sonali
Meghor Rothey (Duet)
Album: Mon
aru Morom
Singer: Dwipen
Barua & Namita Bhattacharya
Director: Diban Barua
Music Director: Ramen Barua
Year: 1980
নাৰী:- সোণালী
মেঘৰ ৰথে
দিন মোৰ লৈ যায়
নামি আহে এই সন্ধিয়া
দিন মোৰ লৈ যায়
নামি আহে এই সন্ধিয়া
পুৰুষ:- হেৰুৱা
দিনৰ মোৰ
বুকুৰ অন যত কামনা
তাৰে
লৈ দিম ক’লা
ছাঁয়া...
দুয়ো :- নামি আহে এই
সন্ধিয়া
সোণালী
মেঘৰ ৰথে !
দিন মোৰ লৈ
যায়
নামি আহে এই
সন্ধিয়া ৷
নাৰী :- কত
যে কাতৰ পৰশা
কঁপি
উঠে সিদিন গোৱা..
পুৰুষ:- কত
কথা মোৰ উঠে জাগি..!
কদমৰ
এনে সন্ধিয়াৰ…
দুয়ো :- সপোনৰ
ৰং আনি দিয়া..
নামি আহে এই
সন্ধিয়া ৷
নাৰী :- তৰা
ভৰা আকাশৰ নীল কোণত
সিদিনা
আহিল সেই কলীয়া ডাৱৰ !
তৰা
ভৰা আকাশৰ নীল কোণত
সিদিনা
আহিল সেই কলীয়া ডাৱৰ !
পুৰুষ:- তোমাৰ
চকুৰ একাষে আলিত আহি
খুলিছিল
নিশাৰ নিয়ৰ..!
ৰূপালীৰে
আঁৰ সেই
হীম
বিচি আঁৰ..!...
দুয়ো :- নামি আহে এই
সন্ধিয়া
সোণালী
মেঘৰ ৰথে
দিন মোৰ লৈ
যায়
নামি আহে এই
সন্ধিয়া
পুৰুষ:- হেৰুৱা
দিনৰ মোৰ
বুকুৰ অন যত কামনা
তাৰে
লৈ দিম ক’লা
ছাঁয়া...
দুয়ো :- নামি আহে এই
সন্ধিয়া
সোণালী
মেঘৰ ৰথে
দিন মোৰ লৈ
যায়
নামি আহে এই
সন্ধিয়া ৷৷
বোলছবি/এলবাম: মন
আৰু মৰম
গায়ক/গায়িকা: দ্বিপেন বৰুৱা নমিতা ভট্টাচাৰ্য্য
পৰিচালক :- দ্বিবন বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment