Assamese Song: Komalkoi
Bahore Lekechi Lehuka (Bihu )
Album: Moynajan
Singer: Digen
Mohanta,Khagen Mahanta,Archana
Music Director: Khagen Mahanta
Year: 1979
পুৰুষ:- অ’ কোমলকৈ
বাঁহৰে ঐ... !
ঐ..!
লেকেচি লেহুকা ঐ..
অ’
পাতলকৈ পাব..তে পাখি
এ
বা লাগি বাজিছে ঐ..
ঐ..
মন চিঙা সুঁহুৰি ঐ
ঐ
আমাকো নথ..বা ৰাখি ৷
অ’
কেলৈ লাগিছে কাম চৰাই ৰঙা ঠোঁট !
সেন্দুৰৰ
এটেমা
সকলোৱে :- কাম
চৰাই ৰঙা ঠোঁট !
পুৰুষ:- কেলৈ
লাগিছে
সকলোৱে :- ওঁঠে
বোলাই লবি ওঁঠ
কাম
হেঁপাহ পলাই ক’ত
অ’
মাইজান মইনা তোক
গুচিব
মোৰ, গুচিব মোৰ
পেটৰে
ভোক !
পুৰুষ:- অ’
যিটো হাঁহি মাৰি
সকলোৱে:- কাম
চৰাই ৰঙা ঠোট
পুৰুষ:- চালি
নেচাওঁ বুলি
সকলোৱে:- কাম
চৰাই ৰঙা ঠোট
পুৰুষ:- সিহে
সেন্দুৰীয়া
সকলোৱে:- ওঁঠে
বোলাই লবি ওঁঠ
কাম
হেঁপাহ পলাই ক’ত
অ’
মাইজান মইনা তোক
গুচিব
মোৰ, গুচিব মোৰ
পেটৰে
ভোক !
নাৰী :- ভেৰেককৈ
মাৰিলে
ভো
ভোমাই আহিলে
মেঘে
ধেৰেকনি
ভো
ভোমাই আহিলে
খিৰিককৈ
মাৰিলে
বুকু
ৰমে-ৰমালে
ৰম-ৰমায়
পৰিলে
অ’ মোৰ
সোণাই ঐ
চকু
থাকি, চকু থাকি
নেদেখ
ক’ত ?
এ
ভেৰেককৈ ফাতিলে
ভো
ভোমাই আহিলে
কাপোৰগাল
এধানি
গোম
গোমাই আহিলে
মাটিত
পৰি গ’লে
মাকো
ৰমে-ৰমালে
ৰম-ৰমাই
পৰিলে
অ’ মোৰ
সোণাই ঐ
চকু
থাকি, চকু থাকি
নেদেখ
ক’ত ?
পুৰুষ:- বুটলিনো
নললি !
মাটিৰপৰা
মাকোটো !
মাটিৰপৰা
মাকোটো !
সূতাকে
নিচিঙিলি আউল
নাৰী :- ঐ
নেপালিনো ৰাখিবি
বুকুৰে
যে ফাকুখন
বুকুৰে
যেন ফাকুখন
আমাকে
ঐ কৰিলি মন,
এ
নবওঁ বোলে নবলো
আশী
সূতাৰ গামোচা
আশী
সূতাৰ গামোচা
নিদিওঁ
বুলি নিদিলোঁ বোল
পুৰুষ:- অ’ অ’
তোমালে ঐ যিমানটো
ভাৱনি
ঐ চিকনি
ভাৱনি
ঐ চিকনি
আমাৰে
ঐ নিমিলি কুল
গেন্
গেগেন্ গেন্ গেগেন্ গেন্ তাক্
চিত্
ঘেন্ চিত্ ঘেনে চিত ঘেনে ঘেন্ তাক্
চিত্ ঘেনে চিত্ ঘেনে
ঘেন্ তাক্
হৈ হৈ অ’...
বোলছবি/এলবাম: মইনাজান
গায়ক/গায়িকা: খগেন
মহন্ত আৰু লগৰীয়াসকলৰ কন্ঠত
সংগীত পৰিচালক: খগেন
মহন্ত
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment