Assamese Song: Kichumaan
Achhey Gan
Album: Bohagor
Duporiya
Singer: Shahnaj
Begam
Music Director: Bhupen Ujir
Year: 1985
কিছুমান আছে গান
হঁহুৱাব পাৰে
কিছুমান আছে সুৰ
কন্দুৱাৰে
সুৰ আৰু কথা..
গানে গানে
হাঁহি
কান্দি ফুৰে
গানে গানে
হাঁহি
কান্দি ফুৰে
কিছুমান আছে গান
হঁহুৱাব পাৰে
কিছুমান আছে সুৰ
কন্দুৱাৰে ৷
কেতিয়াবা কিবা কথাত
কাটি গ’লে বুকুতে
কাটি গ’লে বুকুতে ;
ক্ষণ গ’লে সেই কথাত
তৃপ্তি হয় বুকুতে
তৃপ্তি হয় বুকুতে
দিয়া আৰু লোৱা..
গানে গানে উটি ভাহি ফুৰে
গানে গানে উটি ভাহি ফুৰে
কিছুমান আছে গান
হঁহুৱাব পাৰে
কিছুমান আছে সুৰ
কন্দুৱাৰে ৷
অতীতৰে দ্বীপৰেখা
আঁকি গ’লে দুহাতে
আঁকি গ’লে দুহাতে ;
অহা দিনৰ বহুত আশা
ভাহি উঠে চকুতে
ভাহি উঠে চকুতে
পোৱা আৰু নোপোৱা
গানে গানে উৰি উৰি ফুৰে
গানে গানে উৰি উৰি ফুৰে
কিছুমান আছে গান
হঁহুৱাব পাৰে
কিছুমান আছে সুৰ
কন্দুৱাৰে
সুৰ আৰু কথা..
গানে গানে
হাঁহি
কান্দি ফুৰে
গানে গানে
হাঁহি
কান্দি ফুৰে
কিছুমান আছে গান
হঁহুৱাব পাৰে
কিছুমান আছে সুৰ
কন্দুৱাৰে ৷৷
বোলছবি/এলবাম: ব’হাগৰ
দূপৰীয়া
গায়ক/গায়িকা: ছাহনাজ বেগম
সংগীত পৰিচালক: ভূপেন উজিৰ
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment