অনুসন্ধান আকাংক্ষাত

Sunday, May 5, 2013

এই বৰষাতে মোৰ সপোনতে



Assamese Song:                 Ei Borokhatey Mur
Album:                                   Moynajan
Singer:                                   Mitali Chowdhury
Music Director:                     Khagen Mahanta
Lyrics :-                                  Keshav Mohanta
Year:                                      1979


এই ...

বৰষাতে মোৰ

সপোনতে

এই ...

বৰষাতে মোৰ

সপোনতে

তুমি কোন

সুমধুৰ মধুৰ... .. !

এই ...

বৰষাতে মোৰ

সপোনতে



ৰূপহী !  মেঘ সৰে..

বিৰহী কোলাতে...

বুকুৰে বাতৰি

আলফুলে ডুলি যায়

বুকুৰে বাতৰি

আলফুলে ডুলি যায়

দুখো মোৰ

সোণালী দুখ

দুখো মোৰ

সোণালী দুখ...

এই ...

বৰষাতে মোৰ

সপোনতে



সুঁৱৰি দুখে...

তোলেনে কঁপনি..

প্ৰাণতো তোমাৰ..!

নাজানোঁ নাজানোঁ

প্ৰাণতো তোমাৰ

নাজানোঁ নাজানোঁ

দুখো মোৰ

সোণালী দুখ...

দুখো মোৰ

সোণালী দুখ...

এই ...

বৰষাতে মোৰ

সপোনতে ৷৷



বোলছবি/এলবাম:                    মইনাজান
গায়ক/গায়িকা:                        মিতালী চৌধুৰীৰ কন্ঠত
সংগীত পৰিচালক:                  খগেন মহন্ত
(ইউনিকড ৰূপান্তৰ:               দিগন্ত শইকীয়া)

3 comments:

aahnik said...

মিতালী চৌধুৰীৰ গীতটো শুনিলোঁ। গীতৰ কথাখিনি এনে হ'ব যেন লাগিল:
এই ...
বৰষাতে
মোৰ সপোনতে
এই ... বৰষাতে
মোৰ সপোনতে
তুমি কোন
সুমধুৰ মধুৰ... .. !
এই ... বৰষাতে
মোৰ সপোনতে
ৰূপহী
মেঘ সৰে..
বিৰহী কোলাতে...
বুকুৰে বাতৰি
আলফুলে ডুলি যায়
বুকুৰে বাতৰি
আলফুলে ডুলি যায়
দূখো মোৰ
সোণালী দুখ
দূখো মোৰ
সোণালী দুখ...
এই ...
বৰষাতে
মোৰ সপোনতে
সুঁৱৰি দুখে...
তোলেনে কঁপনি..
প্ৰাণতো তোমাৰ
নাজানোঁ নাজানোঁ
প্ৰাণতো তোমাৰ
নাজানোঁ নাজানোঁ
দূখো মোৰ
সোণালী দুখ...
দূখো মোৰ
সোণালী দুখ...
এই ...
বৰষাতে
মোৰ সপোনতে ৷৷

aahnik said...

মিতালী চৌধুৰীৰ গীতটো শুনি গীতৰ কথাখিনি এনে হ'ব যেন লাগিল: এই ... বৰষাতে মোৰ সপোনতে এই ... বৰষাতে মোৰ সপোনতে তুমি কোন সুমধুৰ মধুৰ... .. ! এই ... বৰষাতে মোৰ সপোনতে ৰূপহী ! মেঘ সৰে.. বিৰহী কোলাতে... বুকুৰে বাতৰি আলফুলে ডুলি যায় বুকুৰে বাতৰি আলফুলে ডুলি যায় দূখো মোৰ সোণালী দুখ দূখো মোৰ সোণালী দুখ... এই ... বৰষাতে মোৰ সপোনতে সুঁৱৰি দুখে... তোলেনে কঁপনি.. প্ৰাণতো তোমাৰ নাজানোঁ নাজানোঁ প্ৰাণতো তোমাৰ নাজানোঁ নাজানোঁ দূখো মোৰ সোণালী দুখ... দূখো মোৰ সোণালী দুখ... এই ... বৰষাতে মোৰ সপোনতে ৷৷

আকাংক্ষা (Akansya) said...

আপোনাৰ বহুমূলীয়া অৱদানৰ বাবে ধন্যবাদ দত্ত ডাঙৰীয়া, আন প'ষ্টসমূহতো দুই এটাকৈ ভুল থাকি গৈছে ৷ থাকিলে উনুকিয়াই যাবচোন ৷