Assamese Song: Iman
morom Kiyo Lagey
Album: Mukuta
Singer: Dwipen
Baruah and Anima Choudhury
Director: Brajen Baruah
Music
Director: Ramen Baruah
Year: 1970
পুৰুষ:- ইমান
মৰম কিয় লাগে ?
বুকুৰ
আপোন মোৰ চাগে
মোৰ
আকাশৰ জোনালী
মোৰ আকাশৰ জোনালী
নাৰী :- আপোন
আপোন কিয় লাগে ?
বুকুৰ
সপোন কিয় জাগে.. ?
এই
সপোন যেন সোণালী
এই
সপোন যেন সোণালী
পুৰুষ:- ইমান
মৰম কিয় লাগে ?!
পুৰুষ:- যি
চুপহীৰ পাহি মেলা নাই
সিটো
ৰূপহী হোৱা নাই !
যি
চাৱনিৰ চকু তিতা নাই
সিটো লাৱনী হোৱা নাই !
নাৰী
:- জীৱন মধুৰ হ’ব পাৰে !
জীৱন মধুৰ
হ’ব পাৰে !
যদি তোমাৰ ভাল পোৱাই
পাতে হিয়াৰ
দিপালী !
পাতে হিয়াৰ দিপালী !
পুৰুষ:- ইমান
মৰম কিয় লাগে ?!
বুকুৰ
আপোন মোৰ চাগে
মোৰ
আকাশৰ জোনালী
মোৰ আকাশৰ জোনালী
নাৰী :- আপোন
আপোন কিয় লাগে ?!
নাৰী
:- যি দুচকুৰ ভাষা বুজা নাই..!
সিটো বিয়াকুল হোৱা নাই..
যি
অমাতৰ মাত শুনা নাই !
সিটো কাষলে অহা নাই
পুৰুষ:- জীৱন
মধুৰ হ’ব পাৰে !
জীৱন মধুৰ
হ’ব পাৰে !
যদি তোমাৰ ভাল পোৱাই
কৰে
জীৱন ৰূপালী !
কৰে জীৱন ৰূপালী !
দুয়ো :- ইমান
মৰম কিয় লাগে ?
বুকুৰ
আপোন মোৰ চাগে
মোৰ
আকাশৰ জোনালী
মোৰ আকাশৰ জোনালী ৷৷
বোলছবি/এলবাম: মুকুতা
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা আৰু অনিমা চৌধুৰী
পৰিচালক : ব্ৰজেন বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment