অনুসন্ধান আকাংক্ষাত

Saturday, May 18, 2013

টু শ্ৰী নয়ন কাকতি





Assamese Song:                 To Sri Nayan Kokoti
Album:                                   Jog Biyog
Singer:                                   Dwipen Boruah       
Director:                                 Dwiban Baruah
Music Director:                     Ramen Baruah
Year:                                      1971





টু শ্ৰী নয়ন কাকতি

পি অ নাহৰজান

মোৰ জান ঐ



ডিয়েৰ ছাৰ মানে মৰমৰ ছাৰ

এনেহেন লাগে মইনা যেন

তোমাৰ মৰমতকৈয়ো চাৰ



ৱি হেভ বিন কিড

টু ইনফৰ্ম ইউ ডেট

ইউ হেভ বিন চিলেক্টড ফৰ এপইন্ট্‌মেন্ট

ইন আৱাৰ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্ট

ৱাহ ৱাহ ৱাহ..



ইঞ্জিনিয়াৰিং অ মইনা ইঞ্জিনিয়াৰিং

প্ৰথম মাহৰ দৰমহাৰে

তোমাক গঢ়াই দিম

মইনা কেৰু মণি থুৰিয়া

লগতে এটি নাচি দিয়া ৰিং



ইউ ৱিল বি পুট অন প্ৰবেচন

ফৰ টু মান্টচ্‌

ডিউৰিং ডেট পিৰিয়ডচ্‌

ইউ ৱিল ৰিচিভ এ চাম অৱ ৰুপিজ

ৰ হান্দ্ৰেডচ্‌ এজ ৰেমুনাৰেচন

ৰ কমপ্লিচন অৱ প্ৰবেচন

ইয়ৰ চাৰ্ভিচ ৱিল বি কন্ফাৰ্মড্‌

এন্ড চেলাৰী ৱিল বি নাইন হান্দ্ৰেডচ্‌

ৱাহ ৱাহ ৱাহ..



নাইন নাইন ভেৰি ফাইন

তোমাৰ মন এ গলে

মোৰো মন এ গলে

মইনা

নেমানো কোন নো আই !



এন্ড ইউ ৱিল গেট অল আডাৰ ফেচেলিটচ্‌

এজ প্ৰভাইডেদ বাই একজিচটিং ৰোলচ্‌

অৱ আৱাৰ কম্পেনি..



চেনাই মোৰে ঐ

তেতিয়া তুমি আৰু

নৈৰে ঘাটলৈ গৈ

নেলাগে আনিব !

নেলাগে আনিব !

কলহ ভৰাই ভৰাই

পানী মোৰে পানীমলা ঐ

শুনি যোৱা, শুনি যোৱা

চাকৰিটো মোৰ হলে

চৰকাৰী নহয় !



হে চৰকাৰী চাকৰি

নেলাগে লাহৰী

নেলাগে তলপৰ ধন

হে ঘৰতে থাকিবা

বন বাৰী কৰিবা

পঢ়িবা ভাগৱত ৰামায়ণ ৷৷





বোলছবি/এলবাম:                    যোগ-বিয়োগ
গায়ক/গায়িকা:                        দ্বিপেন বৰুৱা
পৰিচালক :                              দ্বিবন বৰুৱা
সংগীত পৰিচালক:                  ৰমেন বৰুৱা
(ইউনিকড ৰূপান্তৰ:               দিগন্ত শইকীয়া)

No comments: