Assamese Song: Akashar
Paar Bhangi ahey
Album: Mon
aru Morom
Singer: Dwipen Barua & Namita Bhattcharya (Duet)
Director: Diban Barua
Music Director: Ramen Barua
Year: 1980
নাৰী :- আকাশৰ পাৰ ভাঙি আহে
জোনাকৰ ঢল !
পুৰুষ:- ৰূপালী
পৰস লাগি তাৰ..
জ্বলি
উঠে নিশাৰ কাঁজল..
দুয়ো :- আকাশৰ
পাৰ ভাঙি আহে
জোনাকৰ ঢল !
নাৰী :- নদীৰ
বকুত য’তে..
বকুল
বনৰ ছাঁয়া পৰে..
পুৰুষ :- পাতে
বাট আগুচি ধৰে..
পলৰীয়া
এচাটি জোনাকে তাতো ...!
উজলায়
বকুলৰ তল..!
নাৰী:- অ’ অ’ অ’..
দুয়ো :- আকাশৰ
পাৰ ভাঙি আহে
জোনাকৰ ঢল !
পুৰুষ:- জিৰ
জিৰ, জিৰ জিৰ
বতাহে
ভৰায় পিয়লাৰাজিৰ
কঁপি
উঠে নিশাৰ আঁচল
নাৰী :- ফুলে
কথা কয় আজি বধিৰ ভাষাত !
উজাগৰে
থাকাচোন অচিন পখীৰ
ভাঙি
আহে সপোন উন্মাদ ..
দুয়ো :- জোনাকে
তাৰে কি
দিয়ে
চল..!
আকাশৰ
পাৰ ভাঙি আহে
জোনাকৰ ঢল !
ৰূপালী
পৰস লাগি তাৰ..
জ্বলি
উঠে নিশাৰ কাঁজল..
নাৰী :- অ’....
(আলাপ)
পুৰুষ:- ওঁ....
(আলাপ) ৷৷
বোলছবি/এলবাম: মন
আৰু মৰম
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা আৰু নমিতা ভট্টাচাৰ্য্য (দ্বৈত কণ্ঠত)
পৰিচালক :- দ্বিবন
বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment