Assamese Song: Mon
Aji Uri Gusi Jai
Album: Manashi
Singer: Namita
Bhattachariya
Director
:- Bolai Sen
Music Director: Ramen Baruah
Year: 1981
মন, আজি
উৰি
গুচি যায়..!
যেন মন
মোৰ বনৰ চৰাই
বননিৰ সোনালী
মায়া
সপোনত
সুৱগা চৰাই
মন, আজি
উৰি
গুচি যায়..!
মই যে শুনো
দূৰৰ বাঁহী
সুৰে সুৰে
আহে ভাহি
মই শুনো
দূৰৰ বাঁহী
সুৰে সুৰে
আহে ভাহি
থৌকি বাথৌ !
পুতলা ধৌ
থৌকি বাথৌ
পুতলা ধৌ
মোৰ কি জীৱনজোৰা !
বননিত সোণালী মায়া
সপোনত
সুৱগা চৰাই
মন আজি
উৰি
গুচি যায়..!
কোন বা তুমি
অচিনাকী..!
বন্ধ ঘৰত
দিলা চাকি,
কোন বা তুমি
অচিনাকী..!
বন্ধ ঘৰত
দিলা চাকি,
মই যে মুক্ত !
আকেশে মোৰ
মই যে মুক্ত !
আকেশে মোৰ
জীৱন পোহৰাই
বননিৰ
সোণালী মায়া
সপোনত
সুৱগা চৰাই
মন আজি
উৰি
গুচি যায়..!
বোলছবি/এলবাম: মানসী
গায়ক/গায়িকা: নমিতা
ভট্টাচাৰ্য্য
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment