Assamese Song: Riniki
Riniki
Album: Sadori
Singer: Namita
Bhattacharjya
and
Kula Barua
Lyrics: Hemanta
Dutta
Director: Pulak
Gogoi
Music Director: Kula-Atul
Year: 1981
নাৰী :- ৰিণিকি
ৰিণিকি
শিঙৰে মাত…
ৰিণিকি ৰিণিকি
শিঙৰে মাত
পুৰুষ:- তোমাৰে বিননি
আহিছে তাত..
নাৰী :- ৰিণিকি ৰিণিকি
শিঙৰে মাত
পুৰুষ:- তোমাৰে বিননি
আহিছে তাত
নাৰী :- এজাৰে মাতে
!
পুৰুষ:- নাহৰে মাতে
!
নাৰী :- এজাৰে মাতে
!
পুৰুষ:- নাহৰে মাতে
!
লাগিছে
দুলনিত
তোমাৰে গা..
নাৰী :- ওঁ
হু !
লাগিছে
দুলনিত
তোমাৰে গা..
দুয়ো :- লাগিছে
দুলনিত
দুয়োৰে গা..
পুৰুষ:- বাঁহৰে আগলি
পাততে আগচি
নাৰী
:- মৰমী নাচিছে
ঝুলিছে উমলি
পুৰুষ:- বাঁহৰে আগলি
পাততে আগচি
নাৰী
:- মৰমী নাচিছে
ঝুলিছে উমলি,
আঁচলে নাচে !
পুৰুষ :- কাষলে
মাতে !
নাৰী :- আঁচলে
নাচে !
পুৰুষ :- কাষলে
মাতে !
বুজিছোঁ
ততে নাই
তোমাৰে
গাত..!
দুয়ো :- লাগিছে
দুলনি
দুয়োৰে
গাত..
নাৰী :- যোৱাগৈ
আতৰি
নকৰা
আমনি !
পুৰুষ :- গ’লেগৈ
সঁচাকৈ
নাহিমে
উভতি !
নাৰী :- যোৱাগৈ
আতৰি
নকৰা
আমনি !
পুৰুষ :- গ’লেগৈ
সঁচাকৈ
নাহিমে
উভতি !
নাৰী :- সঁচাকে
এৰা !
পুৰুষ:- কাকুতি
কৰা !
নাৰী :- সঁচাকে
এৰা !
পুৰুষ:- কাকুতি
কৰা !
নহ’লে
পামেগৈ
হোমৰে
কাষ..!
নাৰী :- নুবুজাঁ
কিয়নো !
ভাঙিব
হাত !
নুবুজাঁ কিয়নো !
ভাঙিব
হাত !
নুবুজাঁ কিয়নো !
ভাঙিব
হাত ৷৷
বোলছবি/এলবাম: সাদৰী
গায়ক/গায়িকা: নিৰ্মলা
ভট্টাচাৰ্য্য আৰু
কুল
বৰুৱা
পৰিচালক : পুলক গগৈ
সংগীত পৰিচালক: কুল-অতুল
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment