Assamese Song: Mone
Mone Aji Kak (Duet)
Album: Manav
Aru Danav
Singer: Banashree
Sengupta and Dwipen Baruah
Director: Indukalpa
Hazarika
Music Director: Jitu-Tapan
Year: 1971
নাৰী:- লা
লা লা লা লা..
লা লা লা
লা লা..
লা লা লা
লা লা.. !
পুৰুষ:- মনে
মনে আজি কাক ?
নাৰী :- মন
যাঁচিবা
ক্ষণে
ক্ষণে সুধি কাক ?
পুৰুষ:- গান
শুনাবা ?
নাৰী :- আলসুৱা
মনটি !
পুৰুষ:- আলাসৰ
জোনটি !
নাৰী :- আলসুৱা
মনটি !
পুৰুষ:- আলাসৰ
জোনটি !
দুয়ো:- (তোমাৰে
মনতে
সেইটিনো
কোনটি ?)←২
নাৰী:- কোৱানা
সোণটি ?←২
বোলো
শুনা !
হেৰা
ভাই মজনু
(মৰমী
নাই নে
এনেই
লগতনো ?)←২
দুয়ো:- সময়
থাকোতেই !
লোৱা
বিচাৰি !
উৰি
যায় ক্ষণটি !
নাৰী :- উৰি
যায় ক্ষণটি ←২
পুৰুষ:- আহা
! উৰি উৰি অলি হৈ
গুণ
গুণাবা
কাণে
কাণে তুমি কাক
গান
শুনাবা ?
(নাৰী :- আলসুৱা
মনটি !
পুৰুষ:- আলাসৰ
জোনটি !)←২
দুয়ো :- (তোমাৰে
মনতে
সেইটিনো
কোনটি ?)←২
নাৰী:- কোৱানা
সোণটি ?←২
পুৰুষ:- কোনে কি কয় ?
কোনেনো শুনে ?
উৰণীয়া মনে
বাধা যে নেমানে
উৰণীয়া মনে
বাধা যে নেমানে
দুয়ো :- চহৰলৈ গ’ল
ঠিকা বিচাৰি !
জুৰিলে বনটি !←৩
নাৰী:- হা..উৰি উৰি নিশাটি
তুমিনো জাগা..!
কান্দি কান্দিনো কাক ?
পুৰুষ:- গান শুনাবা ?
নাৰী :- আলসুৱা মনটি !
পুৰুষ:- আলাসৰ
জোনটি !
নাৰী :- আলসুৱা
মনটি !
পুৰুষ:- আলাসৰ
জোনটি !
দুয়ো :- (তোমাৰে
মনতে
সেইটিনো
কোনটি ?)←২
নাৰী:- কোৱানা
সোণটি ?←৪
বোলছবি/এলবাম: মানৱ
আৰু দানৱ
গায়ক/গায়িকা: বনশ্ৰী
সেনগুপ্তা আৰু দ্বিপেন বৰুৱা
পৰিচালক : ইন্দুকল্প হাজৰিকা
সংগীত পৰিচালক: জিতু-তপন
No comments:
Post a Comment