Assamese Song: Prostor
Pahare
Album: Bikhekh
Erati
Singer: Kula Baruah
Music Director: Upen
Kakoti
Year: 1978 - 1979
প্ৰস্তৰ পাহাৰ..
প্ৰস্তৰ পাহাৰে
সাৱতিলে যাৰ প্ৰান্ত
বিশ্বৰ পানীৰে
উজ্বল অমৃত অখণ্ড
লুইত বৈ যায়...
সেয়ে লুইত বৈ যায় !
-
যাৰ শ্যামল শ্যামল ৰূপেৰ
দুটি পাৰ সজালে
যাৰ কাজল মেঘৰ বৰ্ষাৰে
স্বপ্ন সফল কৰিলে
দুটি পাৰ সজালে
যাৰ কাজল মেঘৰ বৰ্ষাৰে
স্বপ্ন সফল কৰিলে
প্ৰস্তৰ পাহাৰ..
-
কত ঢাকৰ শিল্পীৰ তুলিকাৰে
পাৰৰ
ইতিহাস ৰচিলে
কত নিষ্ঠুৰ সংগ্ৰাম শেষতে
জীৱন পূৰ্ণ
কৰিলে
প্ৰস্তৰ পাহাৰ...
-
প্ৰান্তৰ গিৰিবৰ সাৱতি
ধৰে
চঞ্চল পানীৰ লৈ
অন্তৰভৰা সোঁত উপচি পৰে
কল্লোল হাঁহিৰ লৈ
সেয়ে লুইত বৈ যায় !
লুইত বৈ যায় ..
সেয়ে লুইত বৈ যায় !!
-
বোলছবি/এলবাম: বিশেষ
এৰাতি
গায়ক: কুল
বৰুৱা
সংগীত পৰিচালক: উপেন
কাকতি
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment