Assamese Song: Chinaki
Tumi Ne Mur
Album: Manashi
Singer: Namita
Bhattachariya
Director
:- Bolai Sen
Music Director: Ramen Baruah
Year: 1981
চিনাকী তুমি নে মোৰ
তুমি মোৰ জীৱন জুৰি
চিনাকী তুমি নে মোৰ
তুমি মোৰ জীৱন জুৰি
আছাঁ নেকি গোপনে এটি
হুমুনিয়াহ হৈ...!
চিনাকী তুমি নে মোৰ
তুমি মোৰ জীৱন জুৰি
মনে মোক বাৰে বাৰে
বান্ধে কিয় তোমাৰে
তথাপি কিয় দেখোঁ
থমকি ৰয়..
চিনাকী তুমি নে মোৰ
তুমি মোৰ জীৱন জুৰি
নাজানোঁ ইযে কি হ’ল
মেঘে ধকা বেলিৰ পোহৰ..
কৰুণানন্দ সনা হয় নো-কোৱা ?
আহিবা আহিবা জানোঁ ? (উচুপনি)
চৰণৰ ধ্বনি শুনোঁ !
তথাপি প্ৰতিতে উদাস জাগে
যেন ভয়..
চিনাকী তুমি নে মোৰ
তুমি মোৰ জীৱন জুৰি
আছাঁ নেকি গোপনে এটি
হুমুনিয়াহ হৈ...!
(উচুপনি)
চিনাকী তুমি নে মোৰ (উচুপনি)
তুমি মোৰ জীৱন জুৰি (উচুপনি)
বোলছবি/এলবাম: মানসী
গায়ক/গায়িকা: নমিতা
ভট্টাচাৰ্য্য
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment