Assamese Song: Kuney
Aji abeli
Album: Mukuta
Singer: Dwipen
Baruah,Riniki Baruah et al
Director: Brajen Baruah
Music
Director: Ramen Baruah
Year: 1970
পুৰুষ:- কোনে
আজি আবেলি
মৰম
নিলেহি তুলি
কোনে আজি আবেলি
মৰম
নিলেহি তুলি
নাৰী সকল:- এই বেলুনেই !
ৰঙা
বেলুনেই !
দূৰণিৰ
মেঘলৈ
আকাশৰ
বুকুলৈ
পুৰুষ:- কোনে
আজি আবেলি
মৰম
নিলেহি তুলি
কোনে আজি আবেলি
মৰম
নিলেহি তুলি
নাৰী সকল:- এই বেলুনে !
ৰঙা
বেলুনে !
দূৰণিৰ
মেঘলৈ
আকাশৰ
বুকুলৈ
পুৰুষ:- তেনে
বেলুনত প্ৰতি
(এ)
জোনলৈ ওলোৱা
জোনৰে
পিঠিতে
তবলা
বজোৱা !
নাৰী সকল:- বাৰু যাম এতিয়াই
চিকমিক
খাম এতিয়াই
তোমাৰে
বেলুনটি
ডাঙৰকৈ
ফোলোৱা..!
পুৰুষ:- নামি
আহিবা কেনেকৈ ?
মনত
পৰিলে ঘৰলৈ ?!
নাৰী সকল:- এই মাটিয়েই
টানি
আনিব..
মায়া
জৰিয়ে
আকৌ গাঠি লৈ
!
পুৰুষ:- সৌ
আকাশে যদি
তৰাৰে
ফুলৰে
জিলিকা
পাপৰি
দিয়েহি
চটিয়াই..!
নাৰী সকল:- আমি বনফুলৰে
চিনাকী
সুৰভি
আকাশৰ
পিনলৈ !
দিম
যে উৰুৱাই !
পুৰুষ:- এতিয়া
গুণগুণাব !
ক’ৰেনো
মৌমাখি !
নাৰী সকল:- আমি নাজানোঁ
আমি
নাজানোঁ
পুৰুষ:- (অ’)
ময়ো নাজানোঁ
সকলোৱে :- কোনেও
নাজানে !
কোনেও
নাজানে !
কোনেও
নাজানে ৷৷
বোলছবি/এলবাম: মুকুতা
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা, ৰিনিকি বৰুৱা
আৰু
লগৰীয়াসকল
পৰিচালক : ব্ৰজেন বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment