Assamese Song: Ki
Muk Nelage (Duet)
Album: Manav Aru Danav
Singer: Arati
Mukherjee and Dwipen Baruah
Director: Indukalpa
Hazarika
Music Director: Jitu-Tapan
Year: 1971
পুৰুষ:- কি
মোক নেলাগে
মৰম
নেলাগে...
যোৱাগে
বুলিছা যাওঁ ..
সৌ
দূৰ দূৰণিত..!
আপোন
বিচাৰি..
বিদায়
মৰমী যাওঁ..
বিদায়
! মৰমী যাওঁ..
নাৰী :- (কথা)
এই কি যে তুমি !
(গীত)
কি যে তুমি একোকে নুবুজা...
নুবুজা
নোকোৱা ভাষা...
নয়নমনি
!
পুৰুষ:- অ’....
নাৰী : – অশ্ৰু হাঁহিত
পুৰুষ :- অ’ ....
নাৰী:– সহি যোৱা
সেই নিশা....
নাৰী : – অশ্ৰু হাঁহিত
পুৰুষ :- অ’ ....
নাৰী:– সহি যোৱা
সেই নিশা....
নুশুনা
জানো...!!
গোপনে
হিয়াত..
গভীৰ গীত সেই গান...
পুৰুষ:- সৌ
দূৰ দূৰণিৰ..
পৰা..তো
নুশুনি
কাষলৈ
আহাঁচোন চাওঁ
মইতো
আৰু নৈ ৰৈ নাই
নাৰী :- মই
যে তুমি হৈ গ’লোঁ..
পুৰুষ:- তোমাৰ
হিয়াত !
নাৰী:- অ’....
পুৰুষ:- মোৰ সত্বা
নাৰী:- অ’....
পুৰুষ:- সুৰে
সুৰে
আছে
গঁঠা..
দুয়ো :- পথে
পথে আছে
সুৰভি
ৰহণ...
নিবিৰ
গীতটি গাওঁ....!
পুৰুষ:- কি...!
নাৰী:- মোক
নেলাগে..
মোৰ..!
পুৰুষ:- মৰম নেলাগে..
দুয়ো :- যোৱাগে
বুলিছাঁ যাওঁ ৷৷
বোলছবি/এলবাম: মানৱ আৰু দানৱ
গায়ক/গায়িকা: আৰতি
মুখাৰ্জী আৰু দ্বিপেন বৰুৱা
পৰিচালক : ইন্দুকল্প হাজৰিকা
সংগীত পৰিচালক: জিতু-তপন
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment