Assamese
Song: Paharar Juriti
Album: Rasmirekha
Singer: Khagen
Mahanta and Archana Mahanta
Director: Prafulla Baruah
Music Director: Dr. Upen Kakati
Year: 1973
পুৰুষ্:-পাহাৰৰ জুৰিটি, পিৰিতি সাবতি… !
অ’
মিলিব ভৈয়ামৰ.. জানত...
হে
তলমল পানীৰে
এখনি
নৈ হৈ
হে
মিলিব আমাৰে প্ৰাণত
দুয়ো :- শুনি
দূৰৰে পেঁপাৰে
মিঠা
সুৰীয়া সুৰতে
শুনি
দূৰৰে পেঁপাৰে
মিঠা
সুৰীয়া সুৰতে
ৰাইজাই
কৰিছে মন..
ৰাইজাই
কৰিছে মন..
আজি
বুকুৰে মাজতে যে
সেয়া
জিলিকি উঠিছে যে
কেতেকী
ফুলৰে ৰং...
কেতেকী
ফুলৰে ৰং...
পুৰুষ:-মই পিৰিতি পাহাৰৰে
তই
পিৰিতি ভৈয়ামৰে
দেহাত
পিৰিতিৰে সাজ...
পখিলা
নচাদি নাচ..
জান
ঐ জান !
জান
ঐ জান ! জান ঐ জান !
শুনিলে
ঢোলৰ মাত
নাৰী :- জান ঐ
জান ! জান ঐ জান !
শুনিলে
পেঁপাৰ মাত
পুৰুষ:-জান ঐ জান ! জান ঐ জান !
শুনিলে
ঢোলৰ মাত
নাৰী :- জান ঐ
জান ! জান ঐ জান !
শুনিলে
পেঁপাৰ মাত
দুয়ো :- বনজুই জ্বলে যেন
গাতে কি তৰাদৈ,
তোমাকে লগত লৈ
বতৰৰ
গীতকে গাওঁ...
পুৰুষ:-পাহাৰৰ ভৈয়ামে থাকে ঐ ভৰি ঐ
অ’
ৰঙে ৰঙেদৈ !
বাৰিষাৰ
দিনতহে পাৰ ভাঙি বয়
অ’
ৰঙে ৰঙেদৈ !
লাহে
লাহে কৈ চকুত চকু থৈ
বতৰৰ
গীতকে গাওঁ...
নাৰী :- পাহাৰৰ
মইনা যাব পাহাৰলৈ
ৰৈ আছে ৰৈয়া ঐ !
বিৰিণাৰ
বুকুতে মৌ মাত এৰি থৈ
ক’লাহি
কথা ঐ
!
কাজ
এটি কাজিব তোৰ জুটি মইনাজান
কলিজাত
একুৰা জুই
কলিজাত
একুৰা জুই পুৰুষ:- অ’… (আলাপ শেষলৈ)
কলিজাত একুৰা জুই ৷৷
বোলছবি/এলবাম: ৰশ্মিৰেখা
গায়ক/গায়িকা: খগেন
মহন্ত আৰু অৰ্চনা মহন্ত
পৰিচালক : প্ৰফুল্ল
বৰুৱা
সংগীত পৰিচালক: ড৹
উপেন কাকতি
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment