Assamese Song: Dekha
Nai
Album: Bonoriya Phul
Singer: Nirmala
Mishra and Jayanta Hazarika
Music Director: Jayanta
Hazarika
Director :- Atul
Bordoloi
Year: 1973
ওঁ...... !
ওঁ......
দেখা নাই !
আজি এনে ছবি দেখা নাই
শুনা নাই...!
আমি এনে সুৰ শুনা নাই
ফুলে মাতে,
ৰ’দে
মাতে,
নিবিৰ
ছাঁয়াই..
শান্তি যেন
বৈ যায়
বনে নিজৰাই
পোৱা নাই !
এনে
শিহৰণ পোৱা নাই
পোৱা নাই..!
এনে
শিহৰণ পোৱা নাই
মোৰ সপোনৰে যে !
সুৰ বৰণীয়া যে !
এই
মাটি যে
মন মোহি যায় মোৰ
এই
ৰঙেই যে
মন মোহি যায় মোৰ
এই
ৰঙেই যে
মৌ পাই !
নাচে
যেন মন ভোমোৰাই !
মৌ পাই !
নাচে
যেন মন ভোমোৰাই !
অজান কি মায়াৰে
বন সুৰভিয়ে যে !
উতলা
কৰে
শান্তি মৰণতো যে
এই
মাটিতে
শান্তি মৰণতো যে
এই
মাটিতে
চাই চাই !
চাই
মোৰ তৃষা নপলায়..
চাই চাই.. !
চাই
মোৰ তৃষা নপলায়.. ৷৷
বোলছবি/এলবাম: বনৰীয়া
ফুল
গায়ক/গায়িকা: জয়ন্ত
হাজৰিকা
সংগীত পৰিচালক: জয়ন্ত
হাজৰিকা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment