Assamese Song: Jai
Shakuntolla
Album: Shakuntala
Aru
Shankar
Josheph Ali
Singer: Dwipen
Baruah
Director: Nip Baruah
Music
Director: Ramen Baruah
Year: 1984
যায় শকুন্তলা
পতি গৃহে যায়
আজি ফুলশয্যা
গ’লে
বিদায়
আদৰি সাদৰি
কোনে
অভিনৱ
সাঁজে-কাঁচে
সজাই
পৰাই...!
জীৱনৰ ধৌ লাগি
বালিঘৰ
যায় ভাগি
..!
ক’তনো হেৰায়...
জীৱনৰ ধৌ লাগি
বালিঘৰ
যায় ভাগি
ক’তনো হেৰায়...
হেৰুৱা সপোন খেদি
ভাগৰি
পৰিলি যদি.. !
পাহৰি না
পাৰ..
সময়ৰ হাতে...!
মুখলে
নাচায়...
জীৱনৰ
হাঁহিবোৰ
কাঢ়ি লৈ যায়...
যায় শকুন্তলা
!....
এনেকৈয়ে জীৱনৰ..
একাবেকা
বাটে বাটে ..!
চলনা মায়া..
এনেকৈয়ে জীৱনৰ..
একাবেকা
বাটে বাটে ..!
চলনা মায়াৰ..
এনেকৈয়ে মৰণৰ
আচহুৱা
ঘাটে ঘাটে.. !
চলনা ছাঁয়াৰ
মধু মিলনৰ !...
চাকি
গচি চাই
কাল
ধুমুহাই আহি
দিয়ে নুমুৱায়..
যায় শকুন্তলা
পতি গৃহে যায়
আজি ফুলশয্যা
গ’লে
বিদায় ৷৷
বোলছবি/এলবাম: শকুন্তলা
আৰু শংকৰ জোচেফ আলি
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা
পৰিচালক : নিপ বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment