Assamese Song: Mina
Kara Gam Kharu
Album: Sadori
Singer: Namita
Bhattacharya
Director: Pulak
Gogoi
Music Director: Kula-Atul
Year: 1981
মিনা কৰা গাম খাৰু
বাসৰুৱা লং কেৰু
গলপতা
সাতেসৰী
পিঠি পটি জোনবিৰি
আনিব
মোলৈ
মোনাতে
ভৰাই
আছোঁ মই বাটে চায়
আছোঁ মই বাটে চায়
নেলাগে মোক গহনা সোণ
কেৰুমণি যতনাই
পঠিয়াবা ৰাতি দিনে !
তোমাৰ মনৰ বতৰা
সেয়ে হ’ব
উপহাৰ
জানা নে সোণ নাজানা.. ?
কুশলে থাকিলে তুমি
পাতলে মোৰ যাতনা
কি ক’লা ?
তেজ বচা মূগা ৰিহা
গুণা ফুলে বুটা তুলা
মেখেলাতে বন কৰা
বুন চেঙৰ এঙা
চোলা
পেৰা
উপচায়..
আনিব
মোলৈ
আছোঁ মই বাটে চায়
আছোঁ মই বাটে চায় (উচুপনি) ৷৷
বোলছবি/এলবাম: সাদৰী
গায়ক/গায়িকা: নিৰ্মলা
ভট্টাচাৰ্য্য
পৰিচালক : পুলক গগৈ
সংগীত পৰিচালক: কুল-অতুল
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment