Assamese Song: Kyoney
jagey Hai
Album: Manashi
Singer: Namita
Bhattachariya
Director
:- Bolai Sen
Music Director: Ramen Baruah
Year: 1981
ক্ষণে জাগে ..হায়
ক্ষণে ভাগে
কিনো মোহন ছবি
পূব আকাশৰ..!
সূৰ্য্য দেশৰ
অস্তাচলৰ
ৰবি
ক্ষণে জাগে ..হায়
ক্ষণে ভাগে
কিনো মোহন ছবি
তোৰে ছবি
চাই থাকো মই
চাই যে
হেৰাই যা
মোৰেই চকু
লুকাই নে তই
মোৰ চকুলো
চাৱ
মোৰ চকুৰ
পানীতে তই
মোৰেই..!
হাহি হবি
ক্ষণে জাগে হায়
ক্ষণে ভাগে
কিনো মোহন ছবি
নদী যদি
নদী হয় সি
সাগৰলে বয়
তথাপিও
নদীৰ বুকুত
জাগে যদি
ভয়
এই অকাৰণ
শংকা কোনে !
দূৰ কৰি
থবি !
ক্ষণে জাগে ..হায়
ক্ষণে ভাগে
কিনো মোহন ছবি
পূব আকাশৰ
সূৰ্য্য দেশৰ
অস্তাচলৰ
ৰবি
ক্ষণে জাগে ..হায়
ক্ষণে ভাগে
কিনো মোহন ছবি
৷৷
বোলছবি/এলবাম: মানসী
গায়ক/গায়িকা: নমিতা
ভট্টাচাৰ্য্য
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment