অনুসন্ধান আকাংক্ষাত

Wednesday, May 1, 2013

ক’তেনো আছাঁ মোৰ





Assamese Song:                 Katenu Achha Mor
Album:                                   Bohagor Duporiya
Singer:                                   Manisha Hazarika
Music Director:                     Bhupen Ujir
Year:                                      1985




তেনো আছাঁ মোৰ কলিজাৰ আই

কাতৰে মাতিছোঁ শুনিছাঁনে নাই ?

বিচাৰিছোঁ মই দিনে নিশাই

চকুৰ পানীৰে দুগাল তিয়াই

তেনো আছাঁ মোৰ কলিজাৰ আই

কাতৰে মাতিছোঁ শুনিছাঁনে নাই ?



আ.....(আলাপ)



তুমি যদি মোৰ

সাদৰে আই !

আছাঁনো কিয়

দূৰতে ৰৈ ?



তুমি যদি মোৰ

সাদৰে আই !

আছাঁনো কিয়

দূৰতে ৰৈ ?

দুহাতেৰে মোক ওচৰ চপাই

আদৰ চুমাৰে দিয়া বুৰাই

তেনো আছাঁ মোৰ কলিজাৰ আই

কাতৰে মাতিছোঁ শুনিছাঁনে নাই ?



আ.....(আলাপ)



তুমি যদি মোৰ

মৰমী আই..!

নিদিয়া কিয়

কোঁচত ঠাই !



তুমি যদি মোৰ

মৰমী আই..!

নিদিয়া কিয়

কোঁচত ঠাই !

নিচুকনি গুণগুণাই

তোমাৰ কাষতে দিয়া শুৱাই !

তেনো আছাঁ মোৰ কলিজাৰ আই

কাতৰে মাতিছোঁ শুনিছাঁনে নাই ?

বিচাৰিছোঁ মই দিনে নিশাই

চকুৰ পানীৰে দুগাল তিয়াই..!

তেনো আছাঁ মোৰ কলিজাৰ আই

কাতৰে মাতিছোঁ শুনিছাঁনে নাই.... ?





বোলছবি/এলবাম:                    হাগৰ দূপৰীয়া
গায়ক/গায়িকা:                        মনিষা হাজৰিকা
সংগীত পৰিচালক:                  ভূপেন উজিৰ
(ইউনিকড ৰূপান্তৰ:               দিগন্ত শইকীয়া)

No comments: