Assamese Song: Kiyonu
Plooley Aji Boroniya Phool (Duet)
Album: Jog
Biyog
Singer: Dwipen
Boruah & Pahari Saikia
Director: Dwiban Baruah
Music
Director: Ramen Baruah
Year: 1971
পুৰুষ:- কিয়নো
ফুলে আজি
বৰণীয়া ফুল
কোনেনো
দিলে সানি
সোণোৱালী
বোল
সোণ শুৱনিৰ
ৰূপ
দেখি মন
বিয়াকুল
সোণ শুৱনিৰ
ৰূপ
দেখি মন
বিয়াকুল
নাৰী :- বতাহে
কথা পাতে
শুনি কি নুশুনি
আকাশে
সাজে পাৰে
মনি
কি নমনি
বন
বৰাগী মন
আজি বিয়াকুল
বন বৰাগী মন
আজি বিয়াকুল
দুয়ো :- কিয়নো
ফুলে আজি
বৰণীয়া ফুল
পুৰুষ:- এজাক
বতাহ !
ধীৰে
বৈ যায়..!
বুকুৰ
হেপাহ..!
নিয়ে
কঢ়িয়াই..!
নাৰী:- এজাক
চৰাই...!
উৰি
গুচি মোৰ
মনৰ
মৰম
!
বনত
বিলায়...!
পুৰুষ:- বন
বননিত
যেন
এগচি চেনেহৰে ডোল
নাৰী :- অ’...
দুয়ো :- বন
বননিত
যেন
এগচি চেনেহৰে ডোল
কিয়নো ফুলে আজি
বৰণীয়া ফুল
কোনেনো
দিলে সানি
সোণোৱালী
বোল
পুৰুষ:- অবুজ
মেঘৰ..
কোলাত
সোমাই
!
গোপন
বিৰহ
উটি
উটি যায়..!
নাৰী :- হেপাহ
কিয়..
নেজানোঁ
মোৰ নৰয়
মনৰ
বনত
সুগন্ধ
বিলায়...
পুৰুষ:- প্ৰাণ
যমুনাত
থৌকি
বাথৌ নিজতে বিভোল
নাৰী :- অ’...
দুয়ো :- প্ৰাণ যমুনাত
থৌকি
বাথৌ নিজতে বিভোল
পুৰুষ:- কিয়নো
ফুলে আজি নাৰী:- ওঁ…(আলাপ)
বৰণীয়া ফুল নাৰী:- ওঁ…(আলাপ)
কোনেনো
দিলে সানি নাৰী:- ওঁ…(আলাপ)
সোণোৱালী
বোল নাৰী:- ওঁ…(আলাপ)
নাৰী :- বতাহে
কথা পাতে পুৰুষ:- ওঁ…(আলাপ)
শুনি কি নুশুনি পুৰুষ:- ওঁ…(আলাপ)
আকাশে
সাজে পাৰে পুৰুষ:- ওঁ…(আলাপ)
মনি
কি নমনি পুৰুষ:- ওঁ…(আলাপ)
দুয়ো :- ওঁ….(আলাপ) ৷৷
বোলছবি/এলবাম: যোগ-বিয়োগ
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা আৰু পাহাৰী শইকীয়া
পৰিচালক : দ্বিবন বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment