Assamese Song: Alphuli
O Kopou Phol
Album: Moromi
Singer: Dwipen
Borua and Namita Bhattacharjee (Duet)
Music Director: Ramen
Barua
Year: 1978
নাৰী :- আলফুলীয়া..! কপৌফুল
অ’ দেহি ক’ত পালা
চিৎ বিয়াকুল !
আলফুলীয়া..!
কপৌফুল
অ’ দেহি ক’ত পালা
চিৎ বিয়াকুল !
পুৰুষ:- হাবি
ভাঙি দেখিলোঁ
অ’ বিৰিষ বগাই চিঙিলোঁ
কোন
হাঁহি এই পাহি
বনৰীয়া
ফুল ?!
নাৰী :- আলফুলীয়া..!
কপৌফুল
অ’ দেহি ক’ত পালা
চিৎ বিয়াকুল !
পুৰুষ:- হাবি
ভাঙি দেখিলোঁ
অ’ বিৰিষ বগাই চিঙিলোঁ
কোন
হাঁহি এই পাহি
বনৰীয়া
ফুল ?!
নাৰী :- আলফুলীয়া..!
কপৌফুল
অ’ দেহি ক’ত পালা
চিৎ বিয়াকুল !
পুৰুষ:- হাতত
কিয় ল’লা ?
পিচলি
জানো পৰে..?!
জানো
নুশুৱাই..!
হাতত
কিয় ল’লা ?
পিচলি
জানো পৰে..?!
জানো
নুশুৱাই..!
নাৰী :- পৰে
যদি পিচলি !
দিবা
দেই বুটলি !
পৰে
যদি পিচলি !
অ’ দিবা দেই বুটলি !
পুৰুষ:- আকৌ
যদি পিচলি যায়..?
তাতকৈ দিওঁ নেকি
খোপাতে
পিন্ধাই..?!
নাৰী :- আলফুলীয়া..!
কপৌফুল
অ’ দেহি ক’ত পালা
চিৎ বিয়াকুল ! (২)
পুৰুষ:- খোপাত,
হালে জালে
মৰম,
যুগমীয়া !
ধৌ
তুলি যায়...
খোপাত,হালে
জালে
মৰম,
যুগমীয়া !
ধৌ
তুলি যায়...
নাৰী :- ধৌ লাগে মৰমৰ
কোনে ফুল সপোনৰ
ধৌ লাগে মৰমৰ
অ’ কোনে ফুল সপোনৰ
পুৰুষ:- ফুল যদি মৰহি যায়
তাতকৈ মালা
গাঠি
লোৱা এতিয়াই !
নাৰী :- আলফুলীয়া...! কপৌফুল
অ’ দেহি ক’ত পালা
চিৎ
বিয়াকুল !
পুৰুষ:- হাবি ভাঙি দেখিলোঁ
অ’ বিৰিষ বগাই চিঙিলোঁ
কোন হাঁহি এই
পাহি
বনৰীয়া ফুল !
নাৰী :- আলফুলীয়া..! কপৌফুল
অ’ দেহি ক’ত পালা
চিৎ
বিয়াকুল !
আলফুলীয়া.!
কপৌফুল
পুৰুষ:- অ’ দেহি কৰে কিনো
চিৎ
বিয়াকুল !
নাৰী :- আলফুলীয়া..! কপৌফুল
অ’ দেহি ক’ত পালা
দুয়ো :- অ’ দেহি কৰে কিনো
চিৎ
বিয়াকুল !!
বোলছবি/এলবাম: মৰমী
(১৯৭৮)
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা আৰু নমিতা ভট্টাচাৰ্য্য
পৰিচালক : দীজেন্দ্ৰ নাৰায়ন দেৱ
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment