Assamese
Song: Korunamoi Hey Biswanath
Album: Raja Harichandra
Singer: Namita Goswami & Dwipen Baruah
Lyrics: Keshav Mahanta
Director: Diban
Baruah
Music
Director: Ramen Baruah
Year: 1980
নাৰী :- কৰুণাময়…
হে বি্শ্বনাথ..
কৃপা কৰা প্ৰভু
মাহ প্ৰসাদ..
সকলোৱে:- হে
জয় জয় দেৱ
মহাদেৱ..!
দিয়া
আশীৰ্বাদ
হে
জয় জয় দেৱ
মহাদেৱ..!
দিয়া
আশীৰ্বাদ
নাৰী :- অ’...
কৰুণাময়
হে বি্শ্বনাথ
কৃপা কৰা প্ৰভু
মাহ প্ৰসাদ
সকলোৱে :- কৃপা
কৰা প্ৰভু মাহ প্ৰসাদ
হে
জয় জয় দেৱ মহাদেৱ..!
দিয়া
আশীৰ্বাদ
হে
জয় জয় দেৱ মহাদেৱ..!
দিয়া
আশীৰ্বাদ
নাৰী :- হে
বিশ্ব ব্ৰহ্মাণ্ড তোমাৰে মায়া...
পুৰুষ :- অন্নপূৰ্ণা
তোমাৰ - তোমাৰে ছাঁয়া
নাৰী :- হে
বিশ্ব ব্ৰহ্মাণ্ড তোমাৰে মায়া...
পুৰুষ :- অন্নপূৰ্ণা
তোমাৰ - তোমাৰে ছাঁয়া
দুয়ো :- ৰুদ্ৰ
ৰূপে তুমি ধজ্জোৱা প্ৰমাদ
শিৱ
ৰূপে কৰা নাচ.... !
নাৰী :- কৰুণাময়
হে বি্শ্বনাথ
দুয়ো:- কৃপা কৰা প্ৰভু মাহ প্ৰসাদ
কৃপা
কৰা প্ৰভু মাহ প্ৰসাদ
সকলোৱে:- হে
জয় জয় দেৱ মহাদেৱ..!
দিয়া
আশীৰ্বাদ
হে
জয় জয় দেৱ মহাদেৱ..!
দিয়া
আশীৰ্বাদ
নাৰী :- নাজানোঁ
বন্দনা
কৰিব
আমি..!
পুৰুষ:- নিজ
গুণে লবা
হে
অন্তৰ্যামী..
নাৰী :- নাজানোঁ
বন্দনা
কৰিব
আমি..!
পুৰুষ:- নিজ
গুণে লবা
হে
অন্তৰ্যামী..
দুয়ো :- আমি
বিনাহি
আমি
যে অনাথ
!
ৰাখা
ৰাখা জগন্নাথ !...
নাৰী :- কৰুণাময়
হে বি্শ্বনাথ
দুয়ো:- কৃপা কৰা প্ৰভু মাহ প্ৰসাদ
সকলোৱে:- হে
জয় জয় দেৱ মহাদেৱ..!
দিয়া
আশীৰ্বাদ
হে
জয় জয় দেৱ নাৰী:- অ’…. (আলাপ)
মহাদেৱ..! নাৰী:- অ’…. (আলাপ)
দিয়া আশীৰ্বাদ নাৰী:- অ’…. (আলাপ)
হে জয় জয় দেৱ মহাদেৱ..!
দিয়া
আশীৰ্বাদ ৷৷
বোলছবি/এলবাম: ৰজা
হৰিচন্দ্ৰ
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা আৰু নমিতা গোস্বামী
পৰিচালক
: দ্বিবন
বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment