Assamese Song: Maya
Mohey Bhora
Album: Sadori
Singer: Kula Barua, Namita Bhattacharya & Haimanti Shukla
Director: Pulak
Gogoi
Music Director: Kula-Atul
Year: 1981
পুৰুষ:- মায়া
মোহে ভৰা..!
ওঁ..হু হু হু....
ওঁ..হু হু হু.... !
মিনতি কৰিছোঁ , কাতৰে
সুধিছোঁ
কেনিনো পেলামে পাৱ...!
গোঁসাই
মই কোন বাটে যাওঁ...
-
মায়া মোহে ভৰা !
এভৱ সংসাৰ
খোজতে উজুতিহে খাওঁ...
মিনতি কৰিছোঁ, কাতৰে সুধিছোঁ
কেনিনো পেলামে পাৱ...!
গোঁসাই মই কোন বাটে যাওঁ...
-
নাৰী:- দয়াময়..
দয়াময়…!
-
মায়া মোহে ভৰা
এভৱ সংসাৰ
খোজতে উজুতিহে
খাওঁ...
মিনতি কৰিছোঁ, কাতৰে সুধিছোঁ
কেনিনো পেলামে পাৱ..
গোঁসাই মই কোন বাটে যাওঁ...
-
নাৰীসকল:- মায়া মোহে ভৰা !
এভৱ সংসাৰ
খোজতে উজুতিহে খাওঁ...
মিনতি কৰিছোঁ, কাতৰে সুধিছোঁ
কেনিনো পেলামে পাৱ...!
গোঁসাই মই কোন বাটে যাওঁ
-
নাৰী:- তোমাৰ থাপনা কাষত..
নাৰীসকল: ওঁ..... (আলাপ)
নাৰী
:- উজৰে চাকিটি !
জ্বলালোঁ পুৱা সন্ধ্যা তোমাৰ
চৰণ পদ…
নাৰীসকল: ওঁ..... (আলাপ)
নাৰী
:- সপিলোঁ সংসাৰ
সপিলোঁ পুত্ৰ কন্যা..
কুশলে ৰাখিবা, বিঘিনী বিনাশী
জানোছা কৰুণা পাওঁ..
গোঁসাই মই প্ৰণাম জনাওঁ..
-
পূজিম তোমাক কিহেৰে..
নাৰীসকল: ওঁ..... (আলাপ)
নাৰী
:- নাই যে সংসাৰ
কোমল কৰুণা
সিন্ধু তুমি
স্ৰজন কৰোতাঁ…!
নাৰীসকল: ওঁ.....
(আলাপ)
নাৰী
:- তুমিয়ে ৰখীয়া
তুমিয়ে বিপদৰ বন্ধু..
ভকতি ফুলেৰে..
কৰণি ভৰালোঁ
দুহাতে তাকে দি যাওঁ..
গোঁসাই মই প্ৰণাম জনাওঁ.. ৷৷
বোলছবি/এলবাম: সাদৰী
গায়ক/গায়িকা: কুল বৰুৱা, নমিতা ভট্টাচাৰ্য্য আৰু হৈমন্তি শুক্লা
পৰিচালক : পুলক গগৈ
সংগীত পৰিচালক: কুল-অতুল
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment