Assamese Song: Tumi
Henu Karuna Hagor
Album: Moynajan
Singer: Archana
Mahanta
Music Director: Khagen Mahanta
Year: 1979
তুমি হেনো !
কৰুণা সাগৰ
তুমিতো কাৰো
নধৰা জগৰ..
তুমি হেনো !
কৰুণা সাগৰ
তুমিতো কাৰো
নধৰা জগৰ..
তুমি হেনো !
কৰুণা সাগৰ
কেলৈ কেনে
ৰাখি
আমাৰ..!
নাযায়
নুপুৱায়..
কেলৈ কেনে
আমাৰ মুখৰ
হাঁহি
শুকাই যায়..
কোৱাচোন প্ৰভু
কৰিছোঁ
কাতৰ...
কোৱাচোন প্ৰভু
কৰিছোঁ
কাতৰ...
তুমি হেনো !
কৰুণা সাগৰ
ফুল দিলোঁ...
চাকি
দিলোঁ..!
সজালোঁ শৰাই..
(উচুপনি) চৰণ তোমাৰ
তিয়াই
দিছোঁ
চকুলো
বোৱায়...
চোৱাচোন চকু
মেলিহে
ঈশ্বৰ..
চোৱাচোন চকু
মেলিহে
ঈশ্বৰ..
তুমি হেনো !
কৰুণা সাগৰ ৷৷
বোলছবি/এলবাম: মইনাজান
গায়ক/গায়িকা: অৰ্চনা
মহন্তৰ কন্ঠত
সংগীত পৰিচালক: খগেন
মহন্ত
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment