Assamese Song: Matiche
Nupore
Album: Sadori
Singer: Haimanti
Shukla,Namita Bhattacharya
Lyrics
: Hemanta
Dutta
Director: Pulak
Gogoi
Music Director: Kula-
Atul
Year: 1981
নাৰী১ :- অ’.....
(আলাপ)
!
অ’..... (আলাপ)
মাতিছে
নূপুৰে !
সুৰীয়া
বাঁহীতে...
নাৰীসকল:- মাতিছে নূপুৰে
সুৰীয়া
বাঁহীতে..
মাতিছে
তাৰ সতে গাভৰু মন...
আমি
ধৰণে, জীৱনৰ এনুৱা ক্ষণ !
নাৰী ১:- উৰে জাকেপাতি
ৰঙীন
প্ৰজাপতি..!
নাৰী ২:- জাকহে
চেনেহ, চোৱা !
ফুলৰ
তাতহে পৰি..!
নাৰীসকল:- যৌৱনে হাঁহে, বিচাৰে !
শুনি
ফাগুণৰে গান...!
নাৰী১:- অ’........
মোৰ, যৌৱন....
নাৰী ২:- জীৱনৰ...
মিঠা মৌ-বন
নাৰী১:- ফুলে
কুসুম পাহি !
জীৱন
আছে ভৰি ..!
নাৰী২:- আহে
ৰূপহ কোঁৱৰ..
ৰঙৰ
ফাকু খেলি !
নাৰী১:- জীৱনে
শুনিলে তাতে..!
হাঁহি
মিলনৰে গান...!
তুমি....!
নাথাকিলে... !
উৰুঙা
লাগে যৌৱন..
তুমি....!
নাথাকিলে...
উকা
লাগে মোৰ মন.... ৷৷
বোলছবি/এলবাম: সাদৰী
গায়ক/গায়িকা: হিমন্তী শোক্লা
আৰু নিৰ্মলা ভট্টাচাৰ্য্য
পৰিচালক : পুলক গগৈ
সংগীত পৰিচালক: কুল-অতুল
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment