Assamese Song: Akila
Mur Podulit
Album: Lalita
Singer: Dwipen
Baruah
Director: Brajen
Baruah
Music Director: Ramen
Baruah
Year: 1972
আঁকিলা মোৰ পদূলিত
সাত বৰণৰ আল্পনা...
লাজুকী লাজুক ৰঙে
নিজে নিজেই ৰঞ্জনা...
আঁকিলা মোৰ পদূলিত
সাত বৰণৰ আল্পনা...
লাজুকী লাজুক ৰঙে
নিজে নিজেই ৰঞ্জনা...
আঁকিলা
মোৰ পদূলিত
কঁপালা মোৰ হৃদয়ৰ
সুপ্তি মগন ফুলৰ পাহি
জগালা মোৰ
ফাগুণৰ
সিগ্ধ কোমল ওঁঠৰ হাঁহি..
কঁপালা মোৰ হৃদয়ৰ
সুপ্তি মগন ফুলৰ পাহি
জগালা
মোৰ ফাগুণৰ
সিগ্ধ কোমল ওঁঠৰ হাঁহি..
ঠৌকি মন ছন্দ দিলা
ভৈব্য তোমাৰ ছন্দনা...
আঁকিলা
মোৰ পদূলিত
পাপৰি তোমাৰ ফুলৰ
পৰশ কোমল আলফুলীয়া
ভাগৰি
শ্ৰান্ত নহয়
মোৰ জীৱনৰ মৌপিয়া
পাপৰি তোমাৰ ফুলৰ
পৰশ কোমল আলফুলীয়া
ভাগৰি
শ্ৰান্ত নহয়
মোৰ জীৱনৰ মৌপিয়া
সেন্দুৰী প্ৰণয় পথত
যাত্ৰী আমি উন্মনা...
আঁকিলা মোৰ পদূলিত
সাত বৰণৰ আল্পনা...
লাজুকী লাজুক ৰঙে
নিজে নিজেই ৰঞ্জনা...
আঁকিলা
মোৰ পদূলিত ৷৷
বোলছবি/এলবাম: ললিতা
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা
পৰিচালক : ব্ৰজেন
বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment